হোজাইঃ হোজাইত পুনৰ আটক ড্ৰাগছ ব্যৱসায়ী।
ধৃত ড্ৰাগছ ব্যৱসায়ী জন যমুনামুখৰ বিক্ৰম শীল।
হোজাইৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল বিক্ৰম শীলে।
হোজাই আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় পৰা ৫টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ গ্ৰেপ্তাৰ কৰে ধৃত বিক্ৰম শিলক।