হোজাইঃ হোজাই জিলাৰ লংকাৰ পিয়লি বজাৰত পুৱতি নিশা বিধ্বংসী অগ্নিকাণ্ড।

অগ্নিকাণ্ডত সম্পূৰ্ণ ৰূপে জাহ যায় ২০০পৰা ২৫০খন বিপনী।

ঘটনাস্থলীত ১২ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলায়।

জুইত জাহ যায় প্ৰায় ৫০ কোটি টকাৰ সম্পত্তি।

কি কাৰণত জুইৰ সূত্ৰপাত হয় সেই সন্দৰ্ভত বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply