লংকাঃ হোজাই জিলাৰ কাকী ডেকাগিৰি সমন্বয় ক্ষেত্ৰত কেন্দ্ৰীয় সেৱাবাহিনীৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপন।
৮আৰু ৯ অক্টোবৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানস পুত্ৰ স্বৰূপ কেন্দ্ৰীয় সেৱাবাহিনীৰ ৰূপালী জয়ন্তী উৎসৱৰ দেওঁবাৰে গুৰুগৃহ ( নামঘৰ)প্ৰতিষ্ঠাৰে ৰূপালী জয়ন্তী উৎসৱৰ শুভাৰাম্ভণি কৰা হয়।
লগতে পঢ়কঃদক্ষিণ কামৰূপৰ গৰৈমাৰীত ভুৱা নিযুক্তি পত্ৰৰে চাকৰি লোৱা শিক্ষক আটক
ইয়াৰ উপৰিও অনুষ্ঠানটো সফল কৰিবলৈ ৰাইজৰ সঁহাৰিক ধন্যবাদ জনাই আদৰণি সমিতিয়ে৷
এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো উপস্থিত থাকিব।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৫৪ জিলা সমিতিৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰাৰ লগতে সংঘৰ মূল বিষয়ববীয়া, প্ৰতিটো ক্ষেত্ৰৰ প্ৰতিনিধি বৰ্গ উপস্থিত থাকিব ৷