নিউজ ডেস্কঃ বিশিষ্ট সাহিত্যিক, সাংবাদিক তথা চিন্তাবিদ হোমেন বৰগোহাঞি কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে।
হোমেন বৰগোহাঞিক জি এম চি এইচত ভৰ্তি কৰা হৈছে।
শেহতীয়াকৈ কৰা কোৰোনা টেষ্টত তেওঁৰ ৰিজাল্ট আহিছিল পজিটিভ।
তেওঁৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে।
আনহাতে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী জুবলী বৰুৱা কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে।
ক’ভিড পৰীক্ষাৰ অন্তত শিল্পীগৰাকীয়ে প্ৰকাশ কৰে এই তথ্য।