অসম চৰকাৰে গুৱাহাটীৰ নাৰেংগীৰ পৰা চন্দ্ৰপুৰ হৈ মৰিগাঁৱৰ জাগী ভকতগাঁও সংযোগী পথটোৰ নাম সদ্য প্ৰয়াত সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞিৰ নামেৰে নামকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল যোগে এই কথা জানিবলৈ দিয়ে।

অসমৰ জ্যেষ্ঠ বুদ্ধিজীৱি, সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঁইৰ যোৱা ১২ মে’ত গুৱাহাটীত মৃত্যু হৈছিল।
ৰাজ্য চৰকাৰে বিশিষ্ট লেখক আৰু সাংবাদিকৰ সাহিত্য কৰ্মসমূহ সংৰক্ষণৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছে।

লগতে পঢ়ক ৰাজ্যৰ চাহ বাগিছাত কোৰোনাৰ সংক্ৰমণে লৈছে ভয়াৱহ ৰূপ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,275 other subscribers

Leave a comment

Leave a Reply