মেষ : (অ,আ, ল)- দাম্পত্যত খুব উন্নত বুলিব নোৱাৰি। শৰীৰ মধ্যম। কৰ্মস্থানত ব্যস্ততা বৃদ্ধি। প্ৰেমত শুভ ৷ ধৈৰ্য্যশীল হওক, লাভৱান হ’ব ৷
বৃষ (উ,ই,ব)- শান্ত হৈ কর্ম সম্পাদন কৰক ৷ প্ৰতিভাৰ সদ ব্যৱহাৰ কৰক ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷
মিথুন (ক,ছ)- বিপদৰ আশংকা কম যদিও কৰ্ম-ব্যৱসায়ত সতৰ্কতা হৈ থকাটো ভাল ৷ নতুন ব্যৱসায় কৰিলে সতৰ্কতা অৱলম্বন কৰা উচিত ৷ পৰিয়াল আৰু প্ৰেমৰ সৈতে সম্পর্ক ভাল ৷
কর্কট (ড,হ)- প্ৰেম, সাংসাৰিক দিশত সুখ-শান্তি থাকিব। কর্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ পৰিয়ালৰ সৈতে সম্পর্ক ভাল ৷
সিংহ (ম,ট)- নতুন ব্যৱসায় কৰাত সতৰ্কতা অৱলম্বন কৰা উচিত ৷ আজি কিছুমান অপ্ৰত্যাশিত খবৰ থাকিব পাৰে। আজি বন্ধু বাছনি কৰাৰ ক্ষেত্ৰতো সাৱধান হোৱা উচিত।
কন্যা (প,থ,ঠ)-দিনটো আনন্দময় হʼব ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷ শান্ত হৈ কর্ম কৰক ৷
তুলা (ৰ,ত)-আজি আপুনি কামত প্ৰতিযোগিতাৰ সন্মুখীন হ’ব লাগিব পাৰে। এলাহ ভাৱ পৰিহাৰ কৰক ৷ যুক্তিৰে সকলো কথা বিবেচনা কৰিব ৷ দিনটো কিছু খেলিমেলি হʼব ৷
বৃশ্চিক (ন,য)-কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব, সফল হʼব ৷ প্ৰেমত শুভ ৷ শান্ত হৈ কর্ম সম্পাদন কৰক ৷ ধৈৰ্য্যশীল হওক, লাভৱান হ’ব ৷
ধনু (ধ,ভ)- নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷ শান্ত হৈ কর্ম কৰক ৷
মকৰ (খ,জ)-বিপদৰ আশংকা কম যদিও কৰ্ম-ব্যৱসায়ত সতৰ্কতা হৈ থকাটো ভাল ৷ নতুন ব্যৱসায় কৰিলে সতৰ্কতা অৱলম্বন কৰা উচিত ৷ পৰিয়াল আৰু প্ৰেমৰ সৈতে সম্পর্ক ভাল ৷
কুম্ভ (গ,শ,স)- কৰ্ম-ব্যৱসায়ত সতৰ্ক থকাটো ভাল ৷ লক্ষ্য সফল হ’ব ৷পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক ৷
মীন (দ,চ)-কৰ্ম-ব্যৱসায়ত মনোযোগ দিয়ক ৷ কর্মত ব্যস্ত থকাৰ ফলত ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷