মেষ : (অ,আ, ল)-দূৰ যাত্ৰাদিত বাধা থাকিব। কথা ব্যৱহাৰত সংযত থাকক। ঘৰুৱাত সিমান বেয়া নহয়। নতুন সংযোগ আছে।
বৃষ (উ,ই,ব)-ভ্ৰমণাদি পৰাপক্ষত স্থগিত ৰাখক । শৰীৰৰ প্ৰতিও নজৰ ৰাখিব লাগিব। আত্মীয়ক লৈ উদ্বেগৰ কাৰক ।
মিথুন (ক,ছ)- মন স্থিৰ ৰখাৰ দৰকাৰ হ’ব । অনাহক হ’লেও মন বিৰোধী কথাত খং উঠিব পাৰে । ভবা মতে কামত অগ্ৰসৰ হ’ব ।
কর্কট (ড,হ)- কৰ্ম-ব্যৱসায়ত মনোযোগ দিয়ক৷ কর্মত ব্যস্ত থকাৰ ফলত ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব৷ বন্ধু বৰ্গৰ সৈতে তৰ্কত লিপ্ত হোৱাৰ সম্ভাৱনা৷ প্ৰেমৰ সম্পৰ্কত শুভ৷
সিংহ (ম,ট)-দিনটো আনন্দময় হʼব ৷ নিজৰ ভালৰ বাবে পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷ শান্ত হৈ কর্ম কৰক ৷
কন্যা (প,থ,ঠ)-বিপদৰ আশংকা কম যদিও কৰ্ম-ব্যৱসায়ত সতৰ্কতা হৈ থকাটো ভাল ৷ নতুন ব্যৱসায় কৰিলে সতৰ্কতা অৱলম্বন কৰা উচিত ৷ পৰিয়াল আৰু প্ৰেমৰ সৈতে সম্পর্ক ভাল ৷
তুলা (ৰ,ত)-কর্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ সৈতে সম্পর্ক ভাল ৷
বৃশ্চিক (ন,য)-কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷ কর্ম-ব্যৱসায় বন্ধ কৰি আৰাম কৰিব পাৰে ৷ যুক্তিৰে সকলো কথা বিবেচনা কৰিব ৷ দিনটো কিছু খেলিমেলি হʼব ৷
ধনু (ধ,ভ)- আজিৰ দিনটো শৰীৰৰ শুভ যদিও মনৰ বিভিন্ন অশান্তি আৰু দুশ্চিন্তা থাকিব। প্ৰেম আৰু পাৰিবাৰিকত শুভ। আর্থিক, বাণিজ্য আৰু কৰ্মত বাধাৰ মাজতাে লাভৰ যােগ। বিদ্যার্থী, শিল্পী, সাহিত্যিকৰ অস্থিৰতা সত্ত্বেও নতুন উন্নত যােগাযােগ হ’ব।
মকৰ (খ,জ)-মনৰ অশান্তি থাকিব পাৰে। পৰিয়ালৰ সদস্যা সকলৰ লগত মতবিৰোধ হ’ব পাৰে। শিক্ষার্থী, সাহিত্যিক, শিল্পী, খেলুৱৈৰ নিৰাশাৰ মাজতো কিছু আশা দেখা যায়।
কুম্ভ (গ,শ,স)- আজিৰ দিনটো শাৰীৰিক দিশত শুভ হ’ব। ৰাজনীতিক আৰু সমাজকর্মীৰ অশান্তিৰ মাজেৰেও লাভৰ যােগ। কর্ম, বাণিজ্য আৰু আর্থিক উন্নতি। প্ৰেমত হতাশাৰ যােগ।
মীন (দ,চ)- কোনো কাৰণত মানসিক অশান্তি হ’ব পাৰে। পাৰিবাৰিক আৰু প্রেম-প্রীতিত শুভ। আর্থিক, বাণিজ্য আৰু কৰ্মত সামান্য উন্নতি। শিক্ষার্থী শুভ।