মেষ : (অ,আ, ল)-দিনটো শুভ। মন আৰু শৰীৰ দুয়োটাই ভালে থাকিব। সকলো কাম সুচাৰুৰূপে সম্পন্ন হ’ব।পিতৃ-মাতৃৰ পৰা বহুত লাভৱান হ’ব পাৰিব।

বৃষ (উ,ই,ব)-নতুনকৈ কোনো কাম আৰম্ভ কৰিব পাৰে।সন্তানৰ শিক্ষা,স্বাস্থ্যৰ বাবে খৰছ বৃদ্ধি পাব পাৰে। হতাশা অনুভৱ কৰিব। 

মিথুন (ক,ছ)- আজিৰ দিনটো বিশেষ ভালে যাব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো মধ্যমীয়া হ’লেও কঠোৰ পৰিশ্ৰম কৰিলে সফল হ’ব। পৰিয়ালৰ সৈতে কাজিয়াত লিপ্ত হ’ব পাৰে।

কর্কট (ড,হ)-ঘৰুৱা দিশত সুখ শান্তি বাঢ়িব।  আজি আপুনি বাহিৰত সজাগ হৈ চলাটো ভাল হ’ব। স্বাস্থ্যৰ শুভ।

সিংহ (ম,ট)-আজি আপুনি সজাগ নহ’লে প্ৰেমত সামান্য জটিলতা বাঢ়িব পাৰে। স্বাস্থ্যৰ প্ৰতি সজাগ হ’ব।কৰ্মত সামান্য জটিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কন্যা (প,থ,ঠ)-আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব যদিও আপুনি ঘৰুৱা কামত সজাগ হোৱাটো ভাল হ’ব , লগতে অবিশ্বাসী মানুহৰ পৰা আজি আতৰি থাকিব। 

তুলা (ৰ,ত)-আজিৰ দিনটোত সাহিত্য সেৱাত মনোনিবেশ হ’ব, লগতে আজি আপোনাৰ কৰ্মত সুনাম বৃদ্ধি হোৱাৰ  যোগ দেখা যায়। স্বাস্থ্যৰ প্ৰতি সজাগ হ’ব।

বৃশ্চিক (ন,য)- শিল্পীসকলৰ শুভ হ’ব। সন্মান বাঢ়িব, আৰ্থিক দিশত শুভ হ’ব যদিও শৰীৰত আঘাত পোৱাৰ সম্ভাৱনা আছে। বন্ধু আৰু প্ৰিয়জনৰ সৈতে সম্পৰ্ক ভাল হ’ব।

ধনু (ধ,ভ)-আজি দিনটোত আনৰ সহায় সহযোগিতা লাভ কৰিব, যদিও কৰ্মত সজাগ নহ’লে সামান্য ভুল- ভ্ৰান্তি হ’ব পাৰে , লগতে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়। আপোনাৰ ঘৰলৈ আত্মীয়ৰ আগমন হ’ব পাৰে।

কুম্ভ (গ,শ,স)-শুভ সংবাদ লাভ। ব্যৱসায়িক দিশত শুভ হোৱাৰ যোগ দেখা যায়। খৰচ নিয়ন্ত্ৰণ কৰিব। ঘৰুৱা দিশত সুখ শান্তি বাঢ়িব। 

মীন (দ,চ)- ভাল কামৰ সুযোগ লাভ কৰিব। কৰ্মক্ষেত্ৰত ভাল ফল পাব। আজি আপোনাৰ ঘৰলৈ আত্মীয়ৰ আগমন হ’ব পাৰে। ব্যৱসায়িক দিশত শুভ হোৱাৰ যোগ 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply