মেষ : (অ,আ, ল)-আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব কিন্তু আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য বিৰোধিতাৰ সন্মুখীন হ’ব পাৰে লগতে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

বৃষ (উ,ই,ব)-আজিৰ দিনটোত কৰ্মত আনৰ সহায়-সহযোগিতা লাভ কৰিব পাৰে লগতে আজি আপোনাৰ কৰ্মক্ষেত্রত জটিলতা বৃদ্ধি পোৱাৰ যোগ দেখা যায়। সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা য়ায।

মিথুন (ক,ছ)-আজিৰ দিনটোত মনত শান্তি বাঢ়িব, কৰ্মত শুভ হ’ব। শিল্পী সকলৰ শুভ হ’ব৷ সজাগ নহলে কৰ্মক্ষেত্ৰত সামান্য জটিলতা বাঢ়িব পাৰে৷ 

কর্কট (ড,হ)-আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য আবেগিক ভাৱ বাঢ়িব পাৰে লগতে আজি আপোনাৰ পাৰিবাৰিক দিশত সামান্য মনোমালিন্য বৃদ্ধি ‘হব পাৰে। আপোনাৰ মনত সামান্য খং আৰু অভিমানভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

সিংহ (ম,ট)-আজিৰ দিনটোত মনত সামান্য খং ভাৱ বাঢ়িব পাৰে, মনত সামান্য ভয় ভাৱ বৃদ্ধি হ’ব পাৰে। আজি আৱেগিকভাৱে কোনো সিদ্ধান্ত নল’ব।  

কন্যা (প,থ,ঠ)-আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব। প্ৰেমত শুভ হ’ব যদিও আজি সকলো দিশতে সতৰ্ক হোৱাটো ভাল হ’ব।

তুলা (ৰ,ত)-আজিৰ দিনটোত সন্মান বাঢ়িব যদিও আজি আপুনি কৰ্মক্ষেত্ৰত সজাগ নহ’লে সামান্য বুদ্ধি হ্ৰাস হ’ব পাৰে। আপোনাৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায় । 

বৃশ্চিক (ন,য)-আজিৰ দিনটোত সন্মান বাঢ়িব, ধন লাভ হ’ব লগতে আজি আপুনি কৰ্মক্ষেত্ৰত আনৰ প্ৰসংশা লাভ কৰিব। আৰ্থিক দিশত শুভ।

ধনু (ধ,ভ)-বিদ্যাৰ্থীসকলৰ শুভ হ’ব, ৰোগৰ পৰা আৰোগ্য হ’ব। আজি আপুনি সজাগ নহলে মনত আৰু কৰ্মত সামান্য নিৰাশাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মকৰ (খ,জ)- মনত শান্তি বাঢ়িব যদিও সজাগ নহ’লে কৰ্মত সামান্য কষ্ট পাব পাৰে। ব্যৱসায় দিশত শুভ যদিও আজি খৰছৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ’ব।

কুম্ভ (গ,শ,স)-অলপ শাৰীৰিক অসুস্থতা অনুভৱ কৰিব পাৰে। সংগীৰ সৈতে যোগাযোগ কৰাটো অলপ কষ্ট হ’ব পাৰে। কৰ্মক্ষেত্ৰত হ’ব সৰু সৰু সফলতা।

মীন (দ,চ)-আজিৰ দিনটোত কৰ্মত সামান্য বিৰোধিতাৰ সন্মুখীন হ’ব পাৰে। সম্পৰ্কৰ বিষয়ে অলপ গভীৰভাৱে চিন্তা কৰিবলৈ চেষ্টা কৰক। দিনটোৰ আৰম্ভণিতে যিমান পাৰে কামবোৰ আগুৱাই ৰাখিবলৈ চেষ্টা কৰক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply