মেষ : (অ,আ, ল)-আজি আপুনি সফলতা লাভ কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত সহকৰ্মী দ্বাৰা উপকৃত হ’ব পাৰে। ব্যয় আজি উপাৰ্জনৰ সৈতে সমান হ’ব। ভাল কামে সুনাম লাভ কৰিব পাৰে।
বৃষ (উ,ই,ব) –আত্মীয়ৰ সৈতে মিলন। আনৰ পৰা পৰামৰ্শ নল’ব। কৰ্মত শান্ত হৈ থাকিব। খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হ’ব।
মিথুন (ক,ছ)- স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব। কৰ্মত সফল৷ আৰ্থিক দিশত শুভ৷ শাৰীৰিক আৰু মানসিকভাৱে অস্থিৰতা অনুভৱ কৰিব।
কর্কট (ড,হ)- আজিৰ দিনটোত কৰ্মক্ষত্ৰত উন্নতি৷ প্ৰেমত শুভ৷ অৰ্থ বৃদ্ধিৰ যোগ দেখা যায়। মনৰ চিন্তা ধাৰা উন্নত হ’ব৷ হতাশা বৃদ্ধি পাব।
সিংহ (ম,ট)-কৰ্মত আনৰ সহায়-সহযোগিতা লাভ৷ সজাগ নহ’লে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি পাব পাৰে। ধৈৰ্য্যশীল হ’লে লাভৱান হ’ব।
কন্যা (প,থ,ঠ)- শুভ সংবাদ লাভ কৰিব৷ অফিচত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ আৰ্থিক দিশক লৈ চিন্তিত। সিদ্ধান্ত লওঁতে খেলিমেলি হ’ব পাৰে।
তুলা (ৰ,ত)-আজিৰ দিনটোত ব্যৱসায়ত উন্নতি হ’ব৷ কৰ্ম জীৱনত অশান্তি হ’ব পাৰে। ভ্ৰমণত সাৱধান হ’ব।
বৃশ্চিক (ন,য)-সন্মান বাঢ়িব৷ বস্তু হেৰাব পাৰে,সাৱধান হওক। কোনো বিশেষ সিদ্ধান্ত আজিয়েই গ্ৰহণ নকৰিব,অলপ সময় লওঁক। খৰচ হ্ৰাস হোৱাৰ যোগ দেখা যায়।
ধনু (ধ,ভ)- অপ্ৰয়োজনীয়ভাৱে তৰ্ক নকৰিব, সমস্যা হ’ব পাৰে। ভ্ৰমণৰ পৰিকল্পনা আছে যদি কিছুদিন বাতিল কৰক। বৈবাহিক জীৱন সুখৰ হ’ব।
মকৰ (খ,জ)- আজিৰ দিনটোত কৰ্মত আৰু ব্যৱসায়ত উন্নতি হ’ব৷ দাম্পত্য জীৱনত শুভ। নতুন কাম এতিয়াই আৰম্ভ নকৰাই মংগল।
কুম্ভ (গ,শ,স)- আজিৰ দিনটোত কৰ্মক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’ব। প্ৰেমত শুভ যদিও আজি মনত সামান্য বিদ্বেষভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। শিল্পী সকলৰ শুভ হ’ব৷
মীন (দ,চ)- আজিৰ দিনটোত কৰ্মত আৱেগিকভাৱে কোনো সিদ্ধান্ত নল’ব। এফালে শান্তি আনফালে উদিগ্নতা বৃদ্ধি পাব। ব্যৱসায়ী আৰু চাকৰিয়াল সকলৰ বাবে শুভ।