মেষ : (অ,আ, ল)- প্ৰতিৱেশীৰ সৈতে আজি দিনটোৰ বহু সময় পাৰ হ’ব। হাতলৈ ধন আহিব।  নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব।

বৃষ (উ,ই,ব)-সমগ্ৰ দিনটো কৰ্মব্যস্ততাৰ মাজেৰে পাৰ হ’ব। আৰ্থিকভাৱে সাফল্যৰ যোগ। আজিৰ দিনটোত সঠিকভাৱে পৰিকল্পনা কৰক।

মিথুন (ক,ছ)- আজিৰ দিনটোত শৰীৰ অসুস্থ হ’ব পাৰে। নিশাৰ ভাগত কিছু শুভ হ’ব। কোনাে খবৰে মনত দুখ, অশান্তি দিব পাৰে।

কর্কট (ড,হ)-আজিৰ দিনটো শৰীৰৰ বাবে শুভ । মানসিক অশান্তি পােৱাৰ যোগ দেখা যায়। ৰাজনীতিক আৰু সমাজকর্মীয়ে কিছু অশান্তি ভোগ কৰিব। শিক্ষার্থীৰ অধ্যয়নৰ প্ৰতি ধাউতি বাঢ়িব। 

সিংহ (ম,ট)- মনৰ হতাশা কিছু থাকিব। বিদ্যার্থী অধ্যয়নত মনােনিবেশ কৰাত ব্যর্থ হব। শিল্পী, সাহিত্যিকৰ কিছু উন্নতি কাৰক হ’ব। ৰাজনীতিক,সমাজকর্মী আৰু সংবাদকর্মীৰ ব্যস্ততা বৃদ্ধি সফলতা লাভৰ যােগ।

কন্যা (প,থ,ঠ)-শিক্ষার্থীৰ মনৰ অসন্তুষ্টি থাকিব। শিল্পী, সাহিত্যিকৰ যিকোনাে সমস্যাৰ মাজতে উৎসাহ বৃদ্ধি পাব। আর্থিকত, শুভ। বাণিজ্য আৰু কৰ্মত কিছু লাভৱান হ’ব।

তুলা (ৰ,ত)- শৰীৰ সুস্থ হৈ থাকিব। মনৰ অশান্তি হ্ৰাস হ’ব। শিক্ষার্থীৰ সুখবৰ লাভৰ যােগ। সাহিত্য-সংস্কৃতিত যুক্তসকলৰ লাভবান হােৱাৰ যােগ। সংবাদসেৱী, সমাজকর্মী আৰু ৰাজনীতিক ব্যক্তিৰ উপকৃতহ’ব। 

বৃশ্চিক (ন,য)-আজিৰ দিনটো শাৰীৰিক সুস্থতাৰ যােগ। মানসিক শান্তি বিঘ্নিত হ’ব পাৰে। প্রেম-প্রীতিত শুভ। ৰাজনীতিক আৰু সমাজকর্মীৰ সফলতা লাভৰ যােগ।

ধনু (ধ,ভ)- আজিৰ দিনটো শৰীৰৰ সুস্থ হৈ থাকিব। বাণিজ্য আৰু কৰ্মত সামান্য লাভৱান হ’ব যদিও আর্থিকত নাটনি থাকিব।

মকৰ (খ,জ)-  ব্যৱসায়ীসকলৰ বাবে এটা সফল দিন ৷ কৰ্মস্থলীত বাধাৰ সন্মুখীন হ’ব ৷ ই বিৰক্ত কৰিব পাৰে ৷ আৰ্থিক স্থিতি উন্নত হ’ব।

কুম্ভ (গ,শ,স)-  দিনটো আনন্দৰে কটাব ৷ বন্ধুবৰ্গৰ লগত ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ মনটোক নিয়ন্ত্ৰিত কৰি ৰাখিব৷

মীন (দ,চ)- আজিৰ দিনটোত একাগ্ৰ আৰু দৃঢ়তাৰে কাম কৰিলে সফল হ’ব ৷ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব লগা হ’ব পাৰে ৷ কোনো আইনী কাৰ্যৰ পৰা আঁতৰত থাকক; আৰ্থিক লেনদেনত সৰ্তক হওঁক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply