মেষ : (অ,আ, ল)- আজিৰ দিনটোত সমস্যাবোৰ সমাধন হব, শত্ৰু নাশ হব, প্ৰেম আৰু কৰ্মক্ষেত্ৰত শুভ হ’ব।

বৃষ (উ,ই,ব)- আজি আপোনাৰ যথেষ্ঠ সাহস, আত্মবিশ্বাস থাকিব। দিনটো আনন্দৰে পাৰ হ’ব। সহকৰ্মীসকলে আপোনাক প্ৰশংসা কৰিব। আপোনাৰ বক্তব্যৰ ওপৰত আপোনাৰ নিয়ন্ত্ৰণ থাকিব। আপোনাৰ জীৱনত সন্তোষজনক শান্তি আৰু সুখ থাকিব।

মিথুন (ক,ছ)- আজিৰ দিনটো কামত যথেষ্ট ব্যস্ত থাকিব। আপুনি আপোনাৰ কামত সফলতাৰ দিশে আগবাঢ়িব পাৰিব। আপোনাৰ ইচ্ছা অনুসৰি যিকোনো কাম কৰিবলৈ সক্ষম হ’ব।

কর্কট (ড,হ)-আজি সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সাজু থাকিব। চাকৰি আৰু ব্যৱসায়ত নিজৰ প্ৰচেষ্টাৰে অগ্ৰগতি লাভ কৰিব। মনৰ অশান্তি থাকিব। প্ৰেম আৰু পাৰিবাৰিকত যথেষ্ট অশান্তি হ’ব পাৰে।

সিংহ (ম,ট)- আজি দিনটোত পাৰিবাৰিক দিশত শুভ৷ স্বাস্থ্য পূৰ্বতকৈ উন্নত হ’ব ৷  সিদ্ধান্ত লওঁতে সাৱধানে লʼব৷ সমস্যা দূৰ হ’ব৷

কন্যা (প,থ,ঠ)- প্ৰেম-প্ৰীতি, পাৰিবাৰিক শুভ কাৰক হ’ব। শিক্ষাৰ্থীৰ মনৰ উৎসাহ বৃদ্ধি পাব। সাহিত্য, সংস্কৃতি, ক্ৰীড়াত জড়িত সকলৰ কৰ্মত নিয়োজিত হ’ব পাৰে। আৰ্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভৱান হ’ব।

তুলা (ৰ,ত)- বিপদৰ আশংকা কম যদিও কৰ্ম-ব্যৱসায়ত সতৰ্কতা হৈ থকাটো ভাল ৷ নতুন ব্যৱসায় কৰিলে সতৰ্কতা অৱলম্বন কৰা উচিত ৷ পৰিয়াল আৰু প্ৰেমৰ সৈতে সম্পর্ক ভাল ৷

বৃশ্চিক (ন,য)-আজিৰ দিনটোত শাৰীৰিক ক্ষেত্ৰত শুভ। মানসিক ক্ষেত্ৰতো শুভ। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত সুখ-শান্তি থাকিব। শিক্ষাৰ্থীৰ মনত কিছু শান্তি লাভৰ যোগ।

ধনু (ধ,ভ)-  আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক নহলে সমস্যাৰ সৃষ্টি হ’ব পাৰে। বাকী থকা ধন আপুনি ঘুৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হ’ব । 

মকৰ (খ,জ)-  আজি আৰ্থিক অৱস্থা বহুত ভাল থাকিব কিন্ত আপুনি যধে মধে খৰচ কৰাৰ পৰা বিৰত থাকিব লাগিব। আত্মীয় আপোনাৰ উদাৰচিতীয়া স্বভাৱৰ বেয়া লাভ উঠাবৰ চেষ্টা কৰিব , সাৱধানে থাকক নহ’লে পিছত গৈ আপুনি ঠগ খোৱাৰ দৰে অনুভৱ কৰিব। 

কুম্ভ (গ,শ,স)- আজিৰ দিনটো শাৰীৰিক, মানসিক ভাৱে হতাশা আহিব। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত কষ্টৰ যােগে লাভ হ’ব। শিক্ষার্থী, শিল্পী, সাহিত্যিক আৰু সংবাদকর্মীৰ যথেষ্ট কষ্টৰ মাজতে সফলতা পাব।

মীন (দ,চ)- শৰীৰৰ কিছু অশান্তি থাকিব। মনতাে চিন্তা, হতাশাৰ যােগ। প্রেম-প্রীতি, ঘৰুৱা দিশত শুভ। শিক্ষার্থী,সাহিত্যিক, শিল্পীৰ অশান্তিৰ মাজেৰে নতুন কামত আগবাঢ়িব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply