মেষ : (অ,আ, ল)-আজি আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত সহকৰ্মী দ্বাৰা উপকৃত হ’ব পাৰে। আজি বাসগৃহ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব পাৰে। স্বামী আৰু পত্নীৰ মাজত বিবাদ হ’ব পাৰে। সামান্য আঘাতৰ পআৰু বিক্ৰী কৰাৰা সাৱধান হ’ব। ব্যয় আজি উপাৰ্জনৰ সৈতে সমান হ’ব। ভাল কামে সুনাম লাভ কৰিব পাৰে। অপ্ৰয়োজনীয়ভাৱে তৰ্ক নকৰিব, সমস্যা হ’ব পাৰে।
বৃষ (উ,ই,ব) –আজি কোনো বিপদাশংকা প্ৰৱণ কাম নকৰাই ভাল। ঘৰলৈ অতিথি আহিব পাৰে। দিনটোৰ শেষত সন্মান লাভৰ যোগ। কৰ্মক্ষত্ৰত সন্মান বাঢ়িব৷ কৰ্মত যশস্যা বাঢ়িব৷ সামান্য খৰছ বৃদ্ধিৰ যোগ।
মিথুন (ক,ছ)- আজিৰ দিনটোত কৰ্মত সফল ৷ ভ্ৰমণৰ সুযোগ লাভ ৷ সজাগ নহলে কৰ্মক্ষত্ৰত সামান্য পৰিশ্ৰম বৃদ্ধিৰ যোগ। আৰ্থিক দিশত শুভ ৷ কৰ্মবোৰ জটিলতাৰ মাজেৰে সমাধানৰ যোগ দেখা যায় ।
কর্কট (ড,হ)- আজিৰ দিনটোত কৰ্মক্ষত্ৰত উন্নতি৷ প্ৰেমত শুভ৷ অৰ্থ বৃদ্ধিৰ যোগ দেখা যায়। মনৰ চিন্তা ধাৰা উন্নত হ’ব৷
সিংহ (ম,ট)-কৰ্মত আনৰ সহায়-সহযোগিতা লাভ৷ সজাগ নহ’লে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি পাব পাৰে। বন্ধুৰ সৈতে মিলন হ’ব। সংসাৰত শুভ।
কন্যা (প,থ,ঠ)- শুভ সংবাদ লাভ কৰিব৷ প্ৰেমত আশা বৃদ্ধি। শৰীৰ চৰ্চাৰ প্ৰতি গুৰুত্ব দিয়ক। অফিচত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ আৰ্থিক দিশক লৈ চিন্তিত।
তুলা (ৰ,ত)-আজিৰ দিনটোত ব্যৱসায়ত উন্নতি হ’ব৷ কৰ্মত ব্যস্ততা বাঢ়িব। ভ্ৰমণত সাৱধান হ’ব। স্বাস্থ্য ভালে থাকিব।
বৃশ্চিক (ন,য)-সন্মান বাঢ়িব৷ বস্তু হেৰাব পাৰে,সাৱধান হওক। খৰচ হ্ৰাস হোৱাৰ যোগ দেখা যায়। প্ৰেমত শুভ।
ধনু (ধ,ভ)- আত্মীয়ৰ সৈতে মিলন। অৱসাদ ভাৱ দূৰ হ’ব। কামক লৈ সজাগ হোৱাটো ভাল হ’ব। সন্তানক লৈ চিন্তা। খৰচ নিয়ন্ত্ৰণ।
মকৰ (খ,জ)- আজিৰ দিনটোত সামাজিক কৰ্মত প্ৰতিষ্ঠা লাভ কৰিব৷ সন্মান বাঢ়িব৷ কৰ্মত আৰু ব্যৱসায়ত উন্নতি হ’ব৷ দাম্পত্য জীৱনত শুভ।
কুম্ভ (গ,শ,স)- আজিৰ দিনটোত শুভ সংবাদ লাভ হ’ব৷ প্ৰেমত শুভ যদিও আজি মনত সামান্য বিদ্বেষভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। কৰ্মত ক্ষেত্ৰত আনৰ সহায় সহযোগিতা লাভ কৰিব৷
মীন (দ,চ)-আজিৰ দিনটোত কৰ্মত সফল৷ কৰ্মত আৱেগিকভাৱে কোনো সিদ্ধান্ত নল’ব। কৰ্মত সজাগ নহলে মনটো সামান্য অস্থিৰ হ’ব পাৰে। শিল্পী সকলৰ শুভ হ’ব৷