মেষ : (অ,আ, ল)- আৰ্থিক দিশত শুভ। কৰ্মত ব্যস্ততা বৃদ্ধি। শাৰীৰিক দিশত উন্নত নহ’ব। কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে সাৱধান হ’ব।
বৃষ (উ,ই,ব)- মন অস্থিৰ হৈ থাকিব ৷ মানসিক শান্তি বিঘ্নিত হ’ব পাৰে। কৰ্মক্ষেত্ৰত মনোযোগ বৰ্তি থাকিব।
মিথুন (ক,ছ)- আৰ্থিক ক্ষতিৰ বাবে মানসিক যন্ত্ৰণাৰ সৃষ্টি হ’ব পাৰে। শাৰীৰিক সমস্যা। সিদ্ধান্ত লোৱাৰ পূৰ্বে ভালকৈ ভাবক।স্বাস্থ্য যতন লোৱা প্ৰয়োজন।
কর্কট (ড,হ)- হঠাৎ সিদ্বান্ত লোৱা সকল বিশেষ উপকৃত নহ’ব। পঢ়াত বাধাৰ মাজতে কৃতকাৰ্যতা লাভ কৰিব। দায়িত্ব বৃদ্ধি পাব।
সিংহ (ম,ট)- বিনা কাৰণত ব্যয়ৰ সম্ভাৱনা আছে ৷ দুৰ্বলতা, শক্তিহীনতা আৰু কামৰ প্ৰতি অনীহা আহিব পাৰে ৷ সহকৰ্মীসকলৰ পৰা সহযোগিতা নাপাব ৷ পৰিশ্ৰমৰ ফল লাভ নকৰিব।
কন্যা (প,থ,ঠ)- দিনটো ধীৰ-স্থিৰ আৰু শান্ত হৈ থাকক ৷ দিনটো মন বেয়া হৈ থাকিব ৷ স্বাস্থ্যক লৈ চিন্তা বাঢ়িব ৷ আৰ্থিক ক্ষতি আৰু সুনাম নষ্ট হোৱাৰ আশংকা আছে ৷ পানী পৰা দূৰত থাকিব ৷ বদনাম হ’বলৈ নিদিব ৷ নথিপত্ৰ চহী কৰাৰ আগতে দুনাই ভাবক ৷
তুলা (ৰ,ত)- কামত মন নবহিব ৷ একো আগ্ৰহ নাথাকিব ৷ ধৰ্মীয় বিষয়ত অত্যধিক ব্যয়ৰ সম্ভাৱনা আছে ৷ বিনিয়োগ কৰাৰ সময়ত ভালকৈ ভাবি চিন্তি ল’ব ৷ বৃশ্চিক (ন,য)-
ধনু (ধ,ভ)- ঘৰুৱা পৰিৱেশ বৰ ভাল নহ’ব ৷ পৰিয়ালৰ লোকৰ সৈতে সংঘাত হ’ব পাৰে। মনটো বিমৰ্ষ হৈ থাকিব পাৰে।
মকৰ(খ,জ)- দিনটো আনন্দৰে পাৰ কৰিব ৷ পৰিয়ালৰ লগত আন্তৰিকতা বৃদ্ধি ৷ সুস্থ মনোভাৱৰ ফলত সকলো ধৰণৰ নেতিবাচক মনোভাৱ দূৰ কৰিব পাৰিব ৷
কুম্ভ (গ,শ,স)- দিনটো শাৰীৰিক ভাৱে শুভ হ’ব। মানসিক চাপ বৃদ্ধি পাব। প্ৰেম-প্রীতি আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ চিন্তাভাবনা বাঢ়িব। ৰাজনীতিক আৰু সমাজকর্মী নতুন পৰিকল্পনাত ব্যস্ত হ’ব।
মীন (দ,চ)- দিনটো ধীৰ-স্থিৰ আৰু শান্ত হৈ থাকক ৷ বন্ধুৰ লগত সময় কটাব পাৰে। প্ৰেমত শুভ। পৰিয়ালৰ লগত আন্তৰিকতা বৃদ্ধি পাব।