মেষ : (অ,আ, ল)- আৰ্থিক দিশত শুভ। কৰ্মত ব্যস্ততা বৃদ্ধি। শাৰীৰিক দিশত উন্নত নহ’ব। কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে সাৱধান হ’ব।

বৃষ (উ,ই,ব)- মন অস্থিৰ হৈ থাকিব ৷ মানসিক শান্তি বিঘ্নিত হ’ব পাৰে। কৰ্মক্ষেত্ৰত মনোযোগ বৰ্তি থাকিব। 

মিথুন (ক,ছ)-  আৰ্থিক ক্ষতিৰ বাবে মানসিক যন্ত্ৰণাৰ সৃষ্টি হ’ব পাৰে। শাৰীৰিক সমস্যা। সিদ্ধান্ত লোৱাৰ পূৰ্বে ভালকৈ ভাবক।স্বাস্থ্য যতন লোৱা প্ৰয়োজন।

কর্কট (ড,হ)-  হঠাৎ সিদ্বান্ত লোৱা সকল বিশেষ উপকৃত নহ’ব। পঢ়াত বাধাৰ মাজতে কৃতকাৰ্যতা লাভ কৰিব। দায়িত্ব বৃদ্ধি পাব।

সিংহ (ম,ট)-  বিনা কাৰণত ব্যয়ৰ সম্ভাৱনা আছে ৷ দুৰ্বলতা, শক্তিহীনতা আৰু কামৰ প্ৰতি অনীহা আহিব পাৰে ৷ সহকৰ্মীসকলৰ পৰা সহযোগিতা নাপাব ৷ পৰিশ্ৰমৰ ফল লাভ নকৰিব।

কন্যা (প,থ,ঠ)- দিনটো ধীৰ-স্থিৰ আৰু শান্ত হৈ থাকক ৷ দিনটো মন বেয়া হৈ থাকিব ৷ স্বাস্থ্যক লৈ চিন্তা বাঢ়িব ৷ আৰ্থিক ক্ষতি আৰু সুনাম নষ্ট হোৱাৰ আশংকা আছে ৷ পানী পৰা দূৰত থাকিব ৷ বদনাম হ’বলৈ নিদিব ৷ নথিপত্ৰ চহী কৰাৰ আগতে দুনাই ভাবক ৷

তুলা (ৰ,ত)- কামত মন নবহিব ৷ একো  আগ্ৰহ নাথাকিব ৷ ধৰ্মীয় বিষয়ত অত্যধিক ব্যয়ৰ সম্ভাৱনা আছে ৷ বিনিয়োগ কৰাৰ সময়ত ভালকৈ ভাবি চিন্তি ল’ব ৷ বৃশ্চিক (ন,য)-

ধনু (ধ,ভ)-  ঘৰুৱা পৰিৱেশ বৰ ভাল নহ’ব ৷ পৰিয়ালৰ লোকৰ সৈতে সংঘাত হ’ব পাৰে। মনটো বিমৰ্ষ হৈ থাকিব  পাৰে।

মকৰ(খ,জ)-  দিনটো আনন্দৰে পাৰ কৰিব ৷ পৰিয়ালৰ লগত আন্তৰিকতা বৃদ্ধি ৷  সুস্থ মনোভাৱৰ ফলত সকলো ধৰণৰ নেতিবাচক মনোভাৱ দূৰ কৰিব পাৰিব ৷

কুম্ভ (গ,শ,স)- দিনটো শাৰীৰিক ভাৱে শুভ হ’ব। মানসিক চাপ বৃদ্ধি পাব। প্ৰেম-প্রীতি আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ চিন্তাভাবনা বাঢ়িব। ৰাজনীতিক আৰু সমাজকর্মী নতুন পৰিকল্পনাত ব্যস্ত হ’ব।

মীন (দ,চ)- দিনটো ধীৰ-স্থিৰ আৰু শান্ত হৈ থাকক ৷ বন্ধুৰ লগত সময় কটাব পাৰে। প্ৰেমত শুভ। পৰিয়ালৰ লগত আন্তৰিকতা বৃদ্ধি পাব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,395 other subscribers

Leave a comment

Leave a Reply Cancel reply