মেষ : (অ,আ, ল)- মানসিক দিশত অলপ চিন্তা হ’ব। প্ৰেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ । শিক্ষার্থীৰ অধ্যয়নৰ ক্ষেত্ৰত চিন্তা-ভাবনা বাঢ়িব। ক্রীড়া, সাহিত্য-সংস্কৃতিৰে যুক্তসকলে কিছু কষ্ট ভুগিব। ৰাজনীতিক, সমাজকৰ্মী আৰু সংবাদকৰ্মীৰ শুভ যদিও ব্যস্ততা বৃদ্ধিৰ যোগ। 

বৃষ (উ,ই,ব)- মানসিক দিশত অলপ চিন্তা হ’ব। প্ৰেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ । শিক্ষার্থীৰ অধ্যয়নৰ ক্ষেত্ৰত চিন্তা-ভাবনা বাঢ়িব। 

মিথুন (ক,ছ)- প্ৰেম-প্ৰীতি আৰু সাংসাৰিকত সুখ-শান্তি থাকিব। শিল্পী, সাহিত্যিক, সমাজকর্মী আৰু সংবাদকৰ্মীৰ উন্নতি। আর্থিকত অভাৱ থাকিব, কৰ্ম আৰু বাণিজ্যত কিছু উপার্জন বাঢ়িব।

কর্কট (ড,হ)-  শৰীৰিক দিশত শুভ । ঘৰুৱা অশাস্তিয়ে মানসিক অস্থিৰতা বঢ়াব পাৰে। প্রেম-প্রীতিত কিছু অশান্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত শুভ। 

সিংহ (ম,ট)-  মানসিক প্ৰেম-প্রীতি আৰু পাৰিবাৰিকত সুখ-শান্তি বৃদ্ধি পাব। শিক্ষার্থীৰ মনৰ উৎকণ্ঠা বাঢ়িব। সাহিত্য-সংস্কৃতিৰ লগত জড়িত সকলৰ সফলতাত যথেষ্ট বাধাই দেখা দিব।

কন্যা (প,থ,ঠ)- আজিৰ দিনটো শৰীৰৰ সুস্থ হৈ থাকিব। মানসিক প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ অধ্যয়ন ক্ষেত্ৰত দুশ্চিন্তা হ’ব। 

তুলা (ৰ,ত)- মনৰ অস্থিৰতা বৃদ্ধি হ’ব পাৰে। আৰ্থিকত অশান্তি থাকিব। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ মনলৈ নতুন উদ্ভাবনীমূলক চিন্তা আহিব। 

বৃশ্চিক (ন,য)-প্ৰেম-প্রীতি আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ মনৰ উৎসাহ-উদ্দীপনা বাঢ়িব। সাহিত্য সংস্কৃতি, ক্রীড়াত জড়িতসকলৰ আৰ্থিক নাটনিত অশান্তি হ’ব। ৰাজনীতি আৰু সমাজসেৱাত জড়িতসকলৰ ব্যস্ততা বাঢ়িব।

ধনু (ধ,ভ)-  শিক্ষাৰ্থীৰ মনৰ উৎসাহ-উদ্দীপনা বাঢ়িব। সাহিত্য সংস্কৃতি, ক্রীড়াত জড়িতসকলৰ আৰ্থিক নাটনিত অশান্তি হ’ব। ৰাজনীতি আৰু সমাজসেৱাত জড়িতসকলৰ ব্যস্ততা বাঢ়িব। 

মকৰ(খ,জ)- আজিৰ দিনটো শৰীৰৰ সুস্থতাৰ যোগ। পৰিয়ালত অশান্তি আৰু দুশ্চিন্তা হ’ব পাৰে। শিল্পী-সাহিত্যিকৰ নতুনকৈ চিন্তা বৃদ্ধি পাব। ৰাজনীতি আৰু সমাজকৰ্মত যুক্তসকলৰো শুভ কাৰক। আর্থিক দিশত মধ্যমীয়া। 

কুম্ভ (গ,শ,স)- মনত অস্থিৰতা বৃদ্ধি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত শুভ । শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত সুযোগ লাভৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতাৰ যোগ । কৰ্ম আৰু বাণিজ্যত সামান্য লাভ হ’ব পাৰে।

মীন (দ,চ)-  আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত কিছু অসুস্থতাৰ যোগ। পৰিয়ালৰ আভ্যন্তৰীণ বুজাবুজিৰ অভাৱত মানসিক অশান্তি হ’ব। প্রেম-প্রীতিত মধ্যমীয়া। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উন্নতিৰ যোগ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,479 other subscribers

Leave a comment

Leave a Reply Cancel reply