মেষ : (অ,আ, ল)- আজিৰ দিনটোত দ্ৰব্য লাভ হ’’ব৷ কৰ্মত সজাগ নহলে মনটো সামান্য অস্থিৰ হ’ব পাৰে।
বৃষ (উ,ই,ব)-আজি দিনটোত আয় বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বাঢ়িব লগতে আজি আপুনি সকলো দিশতে সজাগ হ’ব।
মিথুন (ক,ছ)- আজিৰ দিনটোত সন্মান বাঢ়িব৷ সজাগ নহ’লে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে৷ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
কর্কট (ড,হ)- আজিৰ দিনটোত দাম্পত্য জীৱনত শুভ হ’ব৷ কৰ্মত শুভ, প্ৰেমত শুভ হ’ব৷ আপোনাৰ মনত সামান্য খং আৰু অভিমানভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
সিংহ (ম,ট)- সৎ বন্ধু লগ পাব৷ কৰ্মত আনৰ সহায় সহযোগিতা লাভ হ’ব৷ আপোনাৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।
কন্যা (প,থ,ঠ)-আৰ্থিক দিশত শুভ৷ যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য কষ্ট পাব পাৰে৷
তুলা (ৰ,ত)-আজিৰ দিনটোত কৰ্মত সফল৷ আজি কৰ্মত আৱেগিকভাৱে কোনো সিদ্ধান্ত নলৱ।
বৃশ্চিক (ন,য)- আপোনাৰ পৰিয়ালক সকলো কামত সহায় কৰক। আজি এটা নতুন কামৰ বাবে আগবাঢ়িব পাৰে। আপোনাৰ খং নিয়ন্ত্ৰণ কৰিব।
ধনু (ধ,ভ)- আপুনি ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰিব পাৰে। নগদ ধন বিনিয়োগ কৰিলে কামত আহিব পাৰে। প্ৰেমত সংঘাত।
মকৰ (খ,জ)- আপোনাৰ পৰিয়ালক সকলো কামত সহায় কৰক। আজি এটা নতুন কামৰ বাবে আগবাঢ়িব পাৰে। আপোনাৰ খং নিয়ন্ত্ৰণ কৰিব।
কুম্ভ (গ,শ,স)- যিকোনো পদক্ষেপ লোৱাৰ আগতে সাৱধান হওক। সামাজিক অনুষ্ঠানত সন্মানিত হোৱাৰ সম্ভাৱনা। প্ৰেমত শুভ।
মীন (দ,চ)- আজিৰ দিনটোত বন্ধু লাভ৷ ব্যৱসায় দিশত শুভ যদিও আজি খৰছৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ’ব।