মেষ : (অ,আ, ল)- আজিৰ দিনটোত বন্ধু বাঢ়িব। আপুনি সজাগ হৈ থাকিব নহ’লে প্ৰৱঞ্চনাৰ বলী হ’ব পাৰে।উদ্বিগ্নতাৰ ভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
বৃষ (উ,ই,ব)-আজিৰ দিনটোত বন্ধু বাঢ়িব। সন্মান বাঢ়িব যদিও আজি সজাগ নহ’লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
মিথুন (ক,ছ)- আজিৰ দিনটোত কৰ্মক্ষত্ৰত উন্নতি হ’ব। বিদ্যাৰ্থীসকলৰ শুভ হ’ব, লগতে কৰ্মব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
কর্কট (ড,হ)- শুভ সংবাদ লাভ কৰিব। উত্তম ভোজন লাভ কৰিব, লগতে সজাগ নহ’লে কৰ্মত নতুনকৈ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।
সিংহ (ম,ট)- কৰ্মত আনৰ সহায়-সহযোগিতা লাভ কৰিব, আৰ্থিক দিশত শুভ হ’ব যদিও আজি আপুনি সজাগ নহ’লে সামান্য মানসিক ক্লেষ ভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
কন্যা (প,থ,ঠ)-ধন-সন্মান লাভ হ’ব। কৰ্মত পৰিশ্ৰম বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সামান্য মিছা অপবাদ পোৱাৰ যোগ দেখা যায়।
তুলা (ৰ,ত)-সঞ্চয় বাঢ়িব। সম্পত্তি বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
বৃশ্চিক (ন,য)- আপোনজনৰ আগমন ঘটিব। মনৰ আশা পূৰণ হ’ব যদিও আজি আপুনি কৰ্মক্ষত্ৰত সজাগ হোৱাটো ভাল হ’ব।
ধনু (ধ,ভ)- কৰ্মক্ষেত্ৰত শুভ হ’ব। প্ৰেমত শুভ হ’ব যদিও আজি আপুনি সজাগ নহ’লে সামান্য প্ৰতাৰণাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
মকৰ (খ,জ)- শত্ৰু নাশ হ’ব যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত এলাহ ভাব বাঢ়িব লগতে স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ’ব।
কুম্ভ (গ,শ,স)- সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য বুদ্ধি ভ্ৰষ্ট হ’ব পাৰে লগতে মনৰ উৎসাহ হ্ৰাস হোৱাৰ যোগ দেখা যায়।
মীন (দ,চ)- বন্ধু বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সামান্য মনৰ ভয় / উদ্বিগ্নতাৰ ভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।