মেষ : (অ,আ, ল)-  শুভ সংবাদ লাভ কৰিব। উত্তম ভোজন লাভ কৰিব, লগতে সজাগ নহ’লে কৰ্মত নতুনকৈ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

বৃষ (উ,ই,ব)-বন্ধু বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সামান্য মনৰ ভয় / উদ্বিগ্নতাৰ ভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মিথুন (ক,ছ)- সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য বুদ্ধি ভ্ৰষ্ট হ’ব পাৰে লগতে মনৰ উৎসাহ হ্ৰাস হোৱাৰ যোগ দেখা যায়।

কর্কট (ড,হ)- শৰীৰৰ বাবে শুভ কাৰক, ৰোগৰ উপশম হােৱাৰ যােগ। মনৰ কিছু অশান্তি হ’ব পাৰে। শিক্ষার্থীৰ উচ্চ শিক্ষাত কিছু অশান্তি হ’ব। সাহিত্যিক, শিল্পীৰ শুভ সংযােগকাৰক হ’ব। 

সিংহ (ম,ট)-  মনৰ অশান্তি থাকিব। প্ৰেম আৰু পাৰিবাৰিকত যথেষ্ট অশান্তি হ’ব পাৰে। শিক্ষার্থী, শিল্পী, সাহিত্যিকৰ অস্বস্তি মাজতত আশাৰ যােগ। আর্থিক বাণিজ্য আৰু কৰ্মত অলপ শুভফল পাব।

কন্যা (প,থ,ঠ)-আজিৰ দিনটো শৰীৰৰ শুভ যদিও মনৰ বিভিন্ন অশান্তি আৰু দুশ্চিন্তা থাকিব। প্ৰেম আৰু পাৰিবাৰিকত শুভ।আর্থিক, বাণিজ্য আৰু কৰ্মত বাধাৰ মাজতাে লাভৰ যােগ।

তুলা (ৰ,ত)-কোনােকথাত মনৰ অশান্তি বৃদ্ধি হব পাৰে। শিক্ষার্থী, শিল্পীৰ মনত অশান্তি থাকিলেও কিছু সুফল লাভৰ যােগ। 

বৃশ্চিক (ন,য)- আজিৰ দিনটো শাৰীৰিক, মানসিক শুভকাৰক যদিও হতাশা আহিব। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত কষ্টৰ যােগে লাভ হ’ব। শিক্ষার্থী, শিল্পী, সাহিত্যিক আৰু সংবাদকর্মীৰ যথেষ্ট কষ্টৰ মাজত কিছু সফলতা পাব। 

ধনু (ধ,ভ)- আজিৰ দিনটো শৰীৰৰ কিছু অশান্তি থাকিব। মনতাে চিন্তা, হতাশাৰ যােগ। প্রেম-প্রীতি, ঘৰুৱা দিশত শুভ। শিক্ষার্থী,সাহিত্যিক, শিল্পীৰ অশান্তিৰ মাজেৰে নতুন কামত আগবাঢ়িব।

মকৰ (খ,জ)- আজিৰ দিনটো শৰীৰৰ উন্নতি কাৰক যদিও দুপৰীয়াৰপৰা দুৰ্বলতাৰ যােগ। মানসিক দিশত নিৰাশ হ’ব পাৰে। আর্থিক,কৰ্ম আৰু বাণিজ্যত লাভ কিছু কমকৈ পাব। প্রেম-পাৰিবাৰিক দিশত অশুভ। 

কুম্ভ (গ,শ,স)- আজিৰ দিনটো শৰীৰৰ অশান্তিৰ যােগ। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ মানসিক অশান্তি কাৰক। প্রেম-পাৰিবাৰিকত অশুভ কাৰক। যথেষ্ট কষ্টৰে আর্থিক ব্যৱসায় আৰু কর্মক্ষেত্ৰত লাভৱান হ’ব।

মীন (দ,চ)-  আজিৰ দিনটো শাৰীৰিক আৰু মানসিক দিশত অশান্তি কমিব পাৰে। কর্ম, বাণিজ্য আৰু আর্থিক দিশত অলপ শুভ কাৰক।শিক্ষার্থী, সাহিত্যিক, শিল্পীসকলৰ হতাশাৰ মাজতাে উন্নতি কাৰক হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,479 other subscribers

Leave a comment

Leave a Reply Cancel reply