মেষ : (অ,আ, ল)- শুভ সংবাদ লাভ কৰিব। উত্তম ভোজন লাভ কৰিব, লগতে সজাগ নহ’লে কৰ্মত নতুনকৈ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।
বৃষ (উ,ই,ব)-বন্ধু বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সামান্য মনৰ ভয় / উদ্বিগ্নতাৰ ভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
মিথুন (ক,ছ)- সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য বুদ্ধি ভ্ৰষ্ট হ’ব পাৰে লগতে মনৰ উৎসাহ হ্ৰাস হোৱাৰ যোগ দেখা যায়।
কর্কট (ড,হ)- শৰীৰৰ বাবে শুভ কাৰক, ৰোগৰ উপশম হােৱাৰ যােগ। মনৰ কিছু অশান্তি হ’ব পাৰে। শিক্ষার্থীৰ উচ্চ শিক্ষাত কিছু অশান্তি হ’ব। সাহিত্যিক, শিল্পীৰ শুভ সংযােগকাৰক হ’ব।
সিংহ (ম,ট)- মনৰ অশান্তি থাকিব। প্ৰেম আৰু পাৰিবাৰিকত যথেষ্ট অশান্তি হ’ব পাৰে। শিক্ষার্থী, শিল্পী, সাহিত্যিকৰ অস্বস্তি মাজতত আশাৰ যােগ। আর্থিক বাণিজ্য আৰু কৰ্মত অলপ শুভফল পাব।
কন্যা (প,থ,ঠ)-আজিৰ দিনটো শৰীৰৰ শুভ যদিও মনৰ বিভিন্ন অশান্তি আৰু দুশ্চিন্তা থাকিব। প্ৰেম আৰু পাৰিবাৰিকত শুভ।আর্থিক, বাণিজ্য আৰু কৰ্মত বাধাৰ মাজতাে লাভৰ যােগ।
তুলা (ৰ,ত)-কোনােকথাত মনৰ অশান্তি বৃদ্ধি হব পাৰে। শিক্ষার্থী, শিল্পীৰ মনত অশান্তি থাকিলেও কিছু সুফল লাভৰ যােগ।
বৃশ্চিক (ন,য)- আজিৰ দিনটো শাৰীৰিক, মানসিক শুভকাৰক যদিও হতাশা আহিব। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত কষ্টৰ যােগে লাভ হ’ব। শিক্ষার্থী, শিল্পী, সাহিত্যিক আৰু সংবাদকর্মীৰ যথেষ্ট কষ্টৰ মাজত কিছু সফলতা পাব।
ধনু (ধ,ভ)- আজিৰ দিনটো শৰীৰৰ কিছু অশান্তি থাকিব। মনতাে চিন্তা, হতাশাৰ যােগ। প্রেম-প্রীতি, ঘৰুৱা দিশত শুভ। শিক্ষার্থী,সাহিত্যিক, শিল্পীৰ অশান্তিৰ মাজেৰে নতুন কামত আগবাঢ়িব।
মকৰ (খ,জ)- আজিৰ দিনটো শৰীৰৰ উন্নতি কাৰক যদিও দুপৰীয়াৰপৰা দুৰ্বলতাৰ যােগ। মানসিক দিশত নিৰাশ হ’ব পাৰে। আর্থিক,কৰ্ম আৰু বাণিজ্যত লাভ কিছু কমকৈ পাব। প্রেম-পাৰিবাৰিক দিশত অশুভ।
কুম্ভ (গ,শ,স)- আজিৰ দিনটো শৰীৰৰ অশান্তিৰ যােগ। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ মানসিক অশান্তি কাৰক। প্রেম-পাৰিবাৰিকত অশুভ কাৰক। যথেষ্ট কষ্টৰে আর্থিক ব্যৱসায় আৰু কর্মক্ষেত্ৰত লাভৱান হ’ব।
মীন (দ,চ)- আজিৰ দিনটো শাৰীৰিক আৰু মানসিক দিশত অশান্তি কমিব পাৰে। কর্ম, বাণিজ্য আৰু আর্থিক দিশত অলপ শুভ কাৰক।শিক্ষার্থী, সাহিত্যিক, শিল্পীসকলৰ হতাশাৰ মাজতাে উন্নতি কাৰক হ’ব।