মেষ : (অ,আ, ল)- আজিৰ দিনটোত কৰ্মত ক্ষেত্ৰত উন্নতি হ’ব৷ কৰ্মত আনৰ সহায়-সহযোগিতা লাভ৷ সজাগ নহলে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধিৰ যোগ।   

বৃষ (উ,ই,ব)-আৰ্থিক দিশত শুভ ৷ প্ৰেমত শুভ৷ অৰ্থ বৃদ্ধিৰ যোগ দেখা যায়। সামান্য মনোমালিন্যৰ যোগ দেখা যায় । কৰ্মক্ষেত্ৰত মানসিক শান্তি থাকিব।

মিথুন (ক,ছ)-  আজিৰ দিনটোত কৰ্মক্ষত্ৰত সুযোগ লাভ কৰিব৷ বিদ্যাৰ্থী সকলৰ শুভ৷ ৰোগাৰোগ্য হোৱাৰ যোগ দেখা যায়। পৰিয়ালৰ সৈতে এটা আনন্দৰ দিন পাৰ হ’ব। 

কর্কট (ড,হ)- আয় বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বাঢ়িব লগতে আজি আপুনি সকলো দিশতে সজাগ হ’ব।  মনটো সামান্য অস্থিৰ হ’ব পাৰে।

সিংহ (ম,ট)-  আপোনাৰ পৰিবাৰৰ সদস্যৰ প্ৰতি আপোনাৰ আধিপত্য বিস্তাৰকাৰী মনোভাবে আপোনাক অনৰ্থক যুক্তিতৰ্কৰ সৃষ্টি কৰিব পাৰে আৰু সমালোচনাৰ প্ৰাত্ৰ হব পাৰে। প্ৰেমত শুভ হ’ব ।

কন্যা (প,থ,ঠ)- আপোনাৰ মনলৈ ইতিবাচক চিন্তা আহিব। আপোনাৰ আত্মবিশ্বাস আৰু শক্তি আজি খুব বেছি হ’ব। আজি আপুনি আপোনাৰ আবেগক নিয়ন্ত্ৰণ কৰি ৰাখিব। আজি আপুনি আনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়া উচিত

তুলা (ৰ,ত)-আজিৰ দিনটো শাৰীৰিক দিশত শুভ। কর্ম, বাণিজ্য আৰু আর্থিক অলপ উন্নতি কাৰক। প্ৰেমত হতাশাৰ যােগ। সামাজিক বাধা অতিক্ৰম কৰিবলৈ সক্ষম হ’ব। 

বৃশ্চিক (ন,য)- আজিৰ দিনটোত বন্ধু লাভ৷ ব্যৱসায় দিশত শুভ যদিও আজি খৰছৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ’ব।

ধনু (ধ,ভ)- আজিৰ দিনটোত মনৰ চিন্তা ধাৰা উন্নত হ’ব৷ কৰ্মক্ষত্ৰত সফলতা লাভৰ যোগ। বিদ্যাৰ্থী সকলৰ শুভ৷ ৰোগাৰোগ্য হোৱাৰ যোগ দেখা যায়।

মকৰ (খ,জ)-  শিক্ষাৰ্থীসকলৰ বাবে এটা ভাল দিন। ইয়াৰ বিষয়ে এটা ডাঙৰ সিদ্ধান্ত লওক। আপোনাৰ ইতিবাচক মনোভাৱই সকলোকে অনুপ্ৰাণিত কৰিব। 

কুম্ভ (গ,শ,স)-  আজিৰ দিনটোত সৎ বন্ধু লগ পাব৷ কৰ্মত আনৰ সহায় সহযোগিতা লাভ হ’ব৷ আপোনাৰ মনত আনন্দ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়। 

মীন (দ,চ)-  মনৰ চিন্তা ধাৰা উন্নত হ’ব৷ কৰ্মক্ষত্ৰত সফলতা লাভৰ যোগ। বিদ্যাৰ্থী সকলৰ শুভ৷ ৰোগাৰোগ্য হোৱাৰ যোগ দেখা যায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,479 other subscribers

Leave a comment

Leave a Reply Cancel reply