মেষ : (অ,আ, ল)- আজিৰ দিনটো শাৰীৰিক দিশত শুভ।  প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া। যিসকল বৰ্তমান কৰ্মহীন হৈ আছে তেওঁলোকে কামৰ সুযোগ লাভ কৰিব।

বৃষ (উ,ই,ব)- আজি লগৰ বন্ধুবৰ্গৰ লগত হোৱা পাৰ্টীত আপুনি মন খুলি খৰচ কৰিব যদিও আপোনাৰ আৰ্থিকপক্ষ শক্তিশালী থাকিব। বন্ধু সন্ধিয়া সময়ৰ বাবে এটা ভাল পৰিযোজনা বনাই আপোনাৰ দিন আৰু সুখী কৰি তুলিব।

মিথুন (ক,ছ)- আজি আপোনাৰ বিনিয়োগ লাভজনক হ’ব কিন্তু আপুনি আপোনাৰ সমকক্ষৰ পৰা কিছু বাধা প্ৰাপ্ত হ’ব পাৰে। আপোনাৰ কোনো মতামতে কাৰোবাৰ অনুভূতিত আঘাত কৰিব পাৰে। 

কর্কট (ড,হ)-দিনৰ আৰম্ভণিতে আপোনাৰ আৰ্থিক লোকচান হ’ব পাৰে যাৰ ফলত গোটেই দিন বেয়া যাব পাৰে। আজি কোনোবা এনেকুৱা ব্যক্তিৰ লগত সাক্ষাত হোৱাৰ সম্ভাৱনা আছে ,যিয়ে আপোনাক গভীৰ ভাৱে প্ৰভাৱিত কৰিব। যাত্ৰা আৰু ভ্ৰমণ আপোনাক আনন্দ প্ৰদান কৰিব।

সিংহ (ম,ট)- শৰীৰৰ কিছু অশান্তি থাকিব। মনতাে চিন্তা, হতাশাৰ যােগ। প্রেম-প্রীতি, ঘৰুৱা দিশত শুভ। শিক্ষার্থী,সাহিত্যিক, শিল্পীৰ অশান্তিৰ মাজেৰে নতুন কামত আগবাঢ়িব।

কন্যা (প,থ,ঠ)-সিংহ ৰাশিৰ লোকসকলৰ যদিও আজি আৰ্থিক অৱস্থা বহুত ভাল থাকিব কিন্ত আপুনি যধে মধে খৰচ কৰাৰ পৰা বিৰত থাকিব লাগিব।  প্ৰেম আৰু পাৰিবাৰিক সুখ শান্তিত বাধা থাকিব। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত তৎপৰতা বাঢ়িব। শিল্পী, সাহিত্যিক, ক্রীড়াবিদ আৰু সংবাদকর্মীৰ মনৰ শান্তি বিঘ্নিত হ’ব পাৰে। আৰ্থিক, বাণিজ্য আৰু কৰ্মত সামান্য শুভ কাৰক। 

তুলা (ৰ,ত)-  কন্যা ৰাশিৰ লোকসকলৰ আজিৰ দিনটোত শাৰীৰিক ক্ষেত্ৰত শুভ। মানসিক ক্ষেত্ৰতো শুভ। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত সুখ-শান্তি থাকিব। শিক্ষাৰ্থীৰ মনত কিছু শান্তি লাভৰ যোগ। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰো শুভ কাৰক হ’ব।

বৃশ্চিক (ন,য)-বিপদৰ আশংকা কম যদিও কৰ্ম-ব্যৱসায়ত সতৰ্কতা হৈ থকাটো ভাল ৷ নতুন ব্যৱসায় কৰিলে সতৰ্কতা অৱলম্বন কৰা উচিত ৷ পৰিয়াল আৰু প্ৰেমৰ সৈতে সম্পর্ক ভাল ৷

ধনু (ধ,ভ)-  আজি আপোনাৰ যথেষ্ঠ সাহস, আত্মবিশ্বাস থাকিব। দিনটো আনন্দৰে পাৰ হ’ব। সহকৰ্মীসকলে আপোনাক প্ৰশংসা কৰিব। আপোনাৰ বক্তব্যৰ ওপৰত আপোনাৰ নিয়ন্ত্ৰণ থাকিব। আপোনাৰ জীৱনত সন্তোষজনক শান্তি আৰু সুখ থাকিব।

মকৰ (খ,জ)-  শৰীৰৰ কিছু অশান্তি থাকিব। মনতাে চিন্তা, হতাশাৰ যােগ। প্রেম-প্রীতি, ঘৰুৱা দিশত শুভ। শিক্ষার্থী,সাহিত্যিক, শিল্পীৰ অশান্তিৰ মাজেৰে নতুন কামত আগবাঢ়িব।

কুম্ভ (গ,শ,স)-  আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। যিকোনো ডাঙৰ যোজনা আৰু বিচাৰ আপোনাৰ মন আকৰ্ষিত কৰিব পাৰে । যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগত সেই ব্যক্তিৰ বিষয়ে ভালকৈ সোধ পোছ কৰি লোৱা ভাল হ’ব। পৰিয়ালৰ স্থিতি আজি আপুনি ভবাৰ দৰে নহ’ব । 

মীন (দ,চ)- আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই সকলোকে আকৰ্ষিত কৰিব। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। বৈবাহিক বন্ধনত বন্ধনৰ বাবে ভাল সময় হব। আপোনাৰ সততা আৰু মৰমেৰে ভৰা প্ৰেমত যাদু কৰাৰ ক্ষমতা আছে। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,472 other subscribers

Leave a comment

Leave a Reply Cancel reply