মেষ : (অ,আ, ল)- সৎ বন্ধু লগ পাব৷ কৰ্মত আনৰ সহায় সহযোগিতা লাভ হ’ব৷ আপোনাৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।
বৃষ (উ,ই,ব)- আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য আবেগিক ভাৱ বাঢ়িব পাৰে লগতে আজি আপোনাৰ পাৰিবাৰিক দিশত সামান্য মনোমালিন্য বৃদ্ধি ‘হব পাৰে। আপোনাৰ মনত সামান্য খং আৰু অভিমানভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
মিথুন (ক,ছ)- শুভ সংবাদ লাভ কৰিব৷ প্ৰেমত শুভ যদিও আজি মনত সামান্য বিদ্বেষভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।আৰ্থিক দিশত শুভ ৷ যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য কষ্ট পাব পাৰে৷
কর্কট (ড,হ)- আজিৰ দিনটোত দাম্পত্য জীৱনত শুভ হ’ব৷ কৰ্মত শুভ, প্ৰেমত শুভ হ’ব৷ আপোনাৰ মনত সামান্য খং আৰু অভিমান ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
সিংহ (ম,ট)- আজিৰ দিনটোত মনৰ চিন্তা ধাৰা উন্নত হ’ব৷ কৰ্মক্ষত্ৰত সফলতা লাভৰ যোগ। সজাগ নহলে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে৷ সামান্য ব্যয় বৃদ্ধিৰ যোগ।
কন্যা (প,থ,ঠ)- কৰ্ম-ব্যৱসায়ত মনোযোগ দিয়ক৷ বিপদৰ আশংকা কম যদিও কৰ্ম-ব্যৱসায়ত সতৰ্কতা হৈ থকাটো ভাল ৷ নতুন ব্যৱসায় কৰিলে সতৰ্কতা অৱলম্বন কৰা উচিত ৷
তুলা (ৰ,ত)- শুভ সংবাদ লাভ কৰিব৷ প্ৰেমত শুভ যদিও আজি মনত সামান্য বিদ্বেষভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।আৰ্থিক দিশত শুভ ৷ যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য কষ্ট পাব পাৰে৷
বৃশ্চিক (ন,য)-আজিৰ দিনটোত দাম্পত্য জীৱনত শুভ হ’ব৷ কৰ্মত শুভ, প্ৰেমত শুভ হ’ব৷ আপোনাৰ মনত সামান্য খং আৰু অভিমান ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
ধনু (ধ,ভ)- দিনটো পৰিশ্ৰম হ’ব যদিও মন আনন্দত থাকিব। ভাগ্য উদয় হ’ব৷ আয় বৃদ্ধি৷ ব্যৱসায়ত সফল হʼব৷ পৰিয়াললৈ শান্তি আহিব। শাৰীৰিক আৰু মানসিকভাৱে অস্থিৰতা অনুভৱ কৰিব৷
মকৰ (খ,জ)- কৰ্ম-ব্যৱসায়ত মনোযোগ দিয়ক৷ বিপদৰ আশংকা কম যদিও কৰ্ম-ব্যৱসায়ত সতৰ্কতা হৈ থকাটো ভাল ৷ নতুন ব্যৱসায় কৰিলে সতৰ্কতা অৱলম্বন কৰা উচিত ৷
কুম্ভ (গ,শ,স)-কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব৷ কৰ্মত যশস্যা বাঢ়িব৷ সামান্য খৰছ বৃদ্ধিৰ যোগ। মনত সামান্য অশান্তি ভাৱ বাঢ়িব পাৰে৷ সামান্য মনোমালিন্যৰ যোগ দেখা যায় ।
মীন (দ,চ)- দিনটো পৰিশ্ৰম হ’ব যদিও মন আনন্দত থাকিব। ভাগ্য উদয় হ’ব৷ আয় বৃদ্ধি৷ ব্যৱসায়ত সফল হʼব৷ পৰিয়াললৈ শান্তি আহিব। শাৰীৰিক আৰু মানসিকভাৱে অস্থিৰতা অনুভৱ কৰিব৷