মেষ : (অ,আ, ল)- কৰ্মত সজাগ নহ’লে মনটো সামান্য অস্থিৰ হ’ব পাৰে। আজিৰ দিনটোত সন্মান বৃদ্ধি পাব। সামান্য ব্যয় বৃদ্ধি হোৱাৰো যোগ দেখা যায়।

বৃষ (উ,ই,ব)-আজিৰ দিনটোত সামাজিক কৰ্মত প্ৰতিষ্ঠা লাভ কৰিব। কৰ্মত আৰু ব্যৱসায়ত উন্নতি হ’ব। আজিৰ দিনটোত দাম্পত্য জীৱনত শুভ হ’ব।

মিথুন (ক,ছ)- আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব৷ মনত সামান্য অশান্তি ভাৱ বাঢ়িব পাৰে৷ সামান্য মনোমালিন্যৰ যোগ দেখা যায়। 

কর্কট (ড,হ)-আজিৰ দিনটোত কৰ্মক্ষত্ৰত উন্নতি হ’ব৷ সজাগ নহলে প্ৰতাৰণাৰ সন্মুখীন হ’ব পাৰে৷ সামান্য মিছা অপবাদৰ যোগ দেখা যায়।

সিংহ (ম,ট)- আজিৰ দিনটোত কৰ্মক্ষত্ৰত উন্নতি৷ প্ৰেমত শুভ৷ অৰ্থ বৃদ্ধিৰ যোগ দেখা যায়। কৰ্মত আনৰ সহায়-সহযোগিতা লাভ৷ সজাগ নহলে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধিৰ যোগ।

কন্যা (প,থ,ঠ)-আজি দিনটোত পাৰিবাৰিক দিশত শুভ৷ যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

তুলা (ৰ,ত)- দিনটো পৰিশ্ৰম হ’ব যদিও মন আনন্দত থাকিব। ভাগ্য উদয় হ’ব৷ আয় বৃদ্ধি৷ ব্যৱসায়ত সফল হʼব৷ পৰিয়াললৈ শান্তি আহিব। শাৰীৰিক আৰু মানসিকভাৱে অস্থিৰতা অনুভৱ কৰিব৷  

বৃশ্চিক (ন,য)-আজিৰ দিনটোত মনৰ চিন্তা ধাৰা উন্নত হ’ব৷ কৰ্মক্ষত্ৰত সফলতা লাভৰ যোগ।  সজাগ নহলে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে৷ সামান্য ব্যয় বৃদ্ধিৰ যোগ। 

ধনু (ধ,ভ)- আজিৰ দিনটোত আৰ্থিক দিশত শুভ৷ কৰ্মবোৰ জটিলতা মাজেৰে সমাধানৰ যোগ দেখা যায়। প্ৰেমত শুভ৷ অৰ্থ বৃদ্ধিৰ যোগ দেখা যায়।

মকৰ (খ,জ)-  আজি দিনটোত পাৰিবাৰিক দিশত শুভ৷ যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য জটিলতা বাঢ়িব পাৰে লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কুম্ভ (গ,শ,স)-আজিৰ দিনটোত কৰ্মত ক্ষেত্ৰত উন্নতি৷ কৰ্মত আনৰ সহায়-সহযোগিতা লাভ৷ সজাগ নহলে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হ’ব পাৰে। দিনটো কিছু খেলিমেলি হʼব পাৰে ৷

মীন (দ,চ)- কৰ্ম-ব্যৱসায়ত মনোযোগ দিয়ক৷ বিপদৰ আশংকা কম যদিও কৰ্ম-ব্যৱসায়ত সতৰ্কতা হৈ থকাটো ভাল ৷ নতুন ব্যৱসায় কৰিলে সতৰ্কতা অৱলম্বন কৰা উচিত ৷ 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply