মেষ : (অ,আ, ল)-  আজিৰ দিনটোত দ্ৰব্য লাভ হ’’ব৷  কৰ্মত সজাগ নহলে মনটো সামান্য অস্থিৰ হ’ব পাৰে। 

বৃষ (উ,ই,ব)-আজি দিনটোত আয় বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বাঢ়িব লগতে আজি আপুনি সকলো দিশতে সজাগ হ’ব।

মিথুন (ক,ছ)- আজিৰ দিনটোত সন্মান বাঢ়িব৷ সজাগ নহ’লে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে৷ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কর্কট (ড,হ)- আজিৰ দিনটোত দাম্পত্য জীৱনত শুভ হ’ব৷ কৰ্মত শুভ, প্ৰেমত শুভ হ’ব৷ আপোনাৰ মনত সামান্য খং আৰু অভিমানভাৱ  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

সিংহ (ম,ট)- সৎ বন্ধু লগ পাব৷ কৰ্মত আনৰ সহায় সহযোগিতা লাভ হ’ব৷ আপোনাৰ মনত আনন্দ বৃদ্ধি  হোৱাৰ যোগ দেখা যায় । 

কন্যা (প,থ,ঠ)-আৰ্থিক দিশত শুভ৷ যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য কষ্ট পাব পাৰে৷  

তুলা (ৰ,ত)-আজিৰ দিনটোত কৰ্মত সফল৷ আজি কৰ্মত আৱেগিকভাৱে কোনো সিদ্ধান্ত নলৱ।  

বৃশ্চিক (ন,য)- আপোনাৰ পৰিয়ালক সকলো কামত সহায় কৰক। আজি এটা নতুন কামৰ বাবে আগবাঢ়িব পাৰে। আপোনাৰ খং নিয়ন্ত্ৰণ কৰিব। 

ধনু (ধ,ভ)- আপুনি ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰিব পাৰে। নগদ ধন বিনিয়োগ কৰিলে কামত আহিব পাৰে। প্ৰেমত সংঘাত। 

মকৰ (খ,জ)- আপোনাৰ পৰিয়ালক সকলো কামত সহায় কৰক। আজি এটা নতুন কামৰ বাবে আগবাঢ়িব পাৰে। আপোনাৰ খং নিয়ন্ত্ৰণ কৰিব। 

কুম্ভ (গ,শ,স)- যিকোনো পদক্ষেপ লোৱাৰ আগতে সাৱধান হওক। সামাজিক অনুষ্ঠানত সন্মানিত হোৱাৰ সম্ভাৱনা। প্ৰেমত শুভ।

মীন (দ,চ)- আজিৰ দিনটোত বন্ধু লাভ৷ ব্যৱসায় দিশত শুভ যদিও আজি খৰছৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,482 other subscribers

Leave a comment

Leave a Reply Cancel reply