মেষ : (অ,আ, ল)-   আজিৰ দিনটোত  কৰ্মক্ষত্ৰত উন্নতি ৷ প্ৰেমত শুভ ৷ অৰ্থ বৃদ্ধিৰ যোগ দেখা যায়। মনৰ চিন্তা ধাৰা উন্নত হ’ব ৷ ভৱিষ্যতৰ বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে ৷ বৌদ্ধিক যুক্তিতৰ্ক আৰু আলোচনাৰ পৰা আতঁৰত থাকক ৷

বৃষ (উ,ই,ব)-সফলতা লাভ ৷ মানসিক অস্থিৰতাত ভূগিব ৷ ইতিবাচক চিন্তাই সফল হোৱাত সহায় কৰিব ৷ স্বাস্থ্য সংক্ৰান্তীয় সমস্যাত ভুগিব ৷ ব্যয় বৃদ্ধি পাব ৷ বিনিয়োগত লোকচান হ’ব ৷

মিথুন (ক,ছ)-  কৰ্মক্ষত্ৰত সন্মান বাঢ়িব৷ কৰ্মত যশস্যা বাঢ়িব৷ সামান্য খৰছ বৃদ্ধিৰ যোগ।   মনত সামান্য অশান্তি ভাৱ বাঢ়িব পাৰে৷ সামান্য মনোমালিন্যৰ যোগ দেখা যায় । 

কর্কট (ড,হ)- শুভ সংবাদ লাভ কৰিব৷ প্ৰেমত শুভ যদিও আজি মনত সামান্য বিদ্বেষভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।আৰ্থিক দিশত শুভ ৷ যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য কষ্ট পাব পাৰে৷  

সিংহ (ম,ট)-  দিনটোৰ আৰম্ভণি বহুত ভালধৰণেৰে নহ’বও পাৰে ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব ৷ নেতিবাচক মনোভাৱ হ’ব পাৰে ৷ যোগাসন আৰু ধ্যান কৰি তাৰ পৰা পৰিত্ৰাণ পাব পাৰে ৷ নতুন কাম হাতত ল’ব পাৰে ৷

কন্যা (প,থ,ঠ)- দিনটো সুস্থ হৈ থাকিব ৷ বন্ধুবৰ্গ আৰু প্ৰিয়জনৰ লগ কৰাৰ পৰিকল্পনা কৰিব পাৰে ৷ ইতিবাচক চিন্তাই সফল হোৱাত সহায় কৰিব ৷ প্ৰেমত শুভ ৷

তুলা (ৰ,ত)-  শাৰীৰিক ক্ষেত্রত শুভ হ’ব। মনত অশান্তি হ’ব পাৰে। প্রেম-প্রীতি আৰু সাংসাৰিকত শুভ । শিক্ষার্থীয়ে নতুন পৰিকল্পনা মতে সুসিদ্ধান্ত ল’ব পাৰিব।

বৃশ্চিক (ন,য)- আজিৰ দিনটো শৰীৰ সুস্থ হৈ থাকিব। মনৰ অশান্তি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ মানসিক উৎসাহ বৃদ্ধি পাব। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ অশান্তিৰ মাজতো নতুন কৰ্মৰ সন্ধান পাব।

ধনু (ধ,ভ)- শাৰীৰিক ক্ষেত্ৰত যথেষ্ট শুভ । মানসিক অস্থিৰতা বৃদ্ধি হ’ব পাৰে। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ উৎসাহ-উদ্দীপনা বৃদ্ধিৰ যোগ। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ মনত দুশ্চিন্তা আৰু অশান্তি বৃদ্ধি পাব।

মকৰ (খ,জ)-  আজিৰ দিনটোত শৰীৰৰ ৰোগ উপশম হোৱাৰ যোগ। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া হ’ব। শিক্ষাৰ্থীৰ মনৰ দৃঢ়তা বাঢ়িব। 

কুম্ভ (গ,শ,স)-  শিক্ষাৰ্থীৰ উচ্চ আকাংক্ষাই কিছু অশান্তি দিব। সাহিত্য, সংস্কৃতি, ক্ৰীড়াৰ লগত জড়িতসকলৰো উন্নতি হ’ব। কর্মক্ষেত্র, বাণিজ্য আৰু আর্থিকত অলপ সকাহ পাব। 

মীন (দ,চ)-   আজি দিনটোত পাৰিবাৰিক দিশত শুভ ৷ আজি আপুনি সজাগ নহলে কৰ্মত সামান্য জটিলতা বাঢ়িব পাৰে লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply