মেষ : (অ,আ, ল)- আজি আপুনি আবেগক নিয়ন্ত্ৰণ কৰিব লাগিব। স্বাস্থ্যৰ প্ৰতি যত্নশীল হ’ব। আজি এটা অনাকাংশিত পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে।
বৃষ (উ,ই,ব)-বিবাদ পৰিহাৰ কৰি চলিব। পৰিয়ালৰ সদস্যসকলৰ প্ৰয়োজনীয়তাক গুৰুত্ব দিব। সুখী জীৱনৰ বাবে বিভ্ৰান্তি আঁতৰাওক। আজি আপুনি ধৰ্মীয় কামত মনোনিৱেশ কৰিব পাৰে।
মিথুন (ক,ছ)-শান্ত আৰু উদ্বেগমুক্ত হৈ থাকিব। আৰ্থিক সাহাৰ্য লাভ কৰাৰ সুযোগ আছে। প্ৰেমৰ বাবে আজিৰ দিনটো যথেষ্ট জটিল। ভয়,ঘৃণা, হিংসা আৰু প্ৰতিশোধক প্ৰশ্ৰয় নিদিব।
কর্কট (ড,হ)-পৰিকল্পিত কামৰ জৰিয়তে লক্ষ্যত উপনীত হোৱাটো সম্ভৱ। বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা। আত্মবিশ্বাসে নতুন কামক অনুপ্ৰাণিত কৰিব।
সিংহ (ম,ট)- আজিৰ দিনটোত দ্ৰব্য লাভ হ’ব৷ কৰ্মত সজাগ নহলে মনটো সামান্য অস্থিৰ হ’ব পাৰে। আজিৰ দিনটো আপুনি বিচৰাৰ দৰেই ভাল হ’ব পাৰে। মনত অত্যাধিক চাপ নিদিব। কোনো কাম সম্পূৰ্ণ কৰিব পাৰিব।
কন্যা (প,থ,ঠ)- আজিৰ দিনটোত সন্মান বাঢ়িব৷ সজাগ নহলে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে৷ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।এটা কাম সম্পাদন কৰিবলৈ প্ৰয়োজনীয় দক্ষতা প্ৰাপ্ত কৰাৰ দিন।
তুলা (ৰ,ত)- আজিৰ দিনটোত সামাজিক কৰ্মত প্ৰতিষ্ঠা লাভ কৰিব৷ কৰ্মত আৰু ব্যৱসায়ত উন্নতি হ’ব৷ সজাগ নহলে ভ্ৰমণত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায় ।
বৃশ্চিক (ন,য)-আজিৰ দিনটোত দাম্পত্য জীৱনত শুভ হ’ব৷ কৰ্মত শুভ, প্ৰেমত শুভ হ’ব৷ আপোনাৰ মনত সামান্য খং আৰু অভিমানভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
ধনু (ধ,ভ)- আজিৰ দিনটোত শুভ সংবাদ লাভ হ’ব৷ প্ৰেমত শুভ যদিও আজি মনত সামান্য বিদ্বেষভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
মকৰ (খ,জ)- আজিৰ দিনটোত কৰ্মত ক্ষেত্ৰত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ আপোনাৰ মনত সামান্য স্বাৰ্থপৰতাৰ ভাৱ বাঢ়িব পাৰে।শুভ সংবাদ লাভ কৰিব।
কুম্ভ (গ,শ,স)- আজিৰ দিনটোত আৰ্থিক দিশত শুভ৷ যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য কষ্ট পাব পাৰে৷ আনৰ সহায় সহযোগিতা লাভ কৰিব৷
মীন (দ,চ)- আজিৰ দিনটোত সামাজিক কৰ্মত প্ৰতিষ্ঠা লাভ কৰিব৷ কৰ্মত আৰু ব্যৱসায়ত উন্নতি হ’ব৷ সজাগ নহলে ভ্ৰমণত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায় । আৰ্থিক দিশত শুভ