মেষ : (অ,আ, ল)- অপ্ৰয়োজনীয়ভাৱে ধন খৰচ কৰাৰ ক্ষেত্ৰত সতৰ্ক হওক। সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে আজি এটা ভাল দিন। কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ।
বৃষ (উ,ই,ব)-আজিৰ দিনটো শাৰীৰিক, মানসিক ভাৱে হতাশা আহিব। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত কষ্টৰ যােগে লাভ হ’ব। শিক্ষার্থী, শিল্পী, সাহিত্যিক আৰু সংবাদকর্মীৰ যথেষ্ট কষ্টৰ মাজতে সফলতা পাব।
মিথুন (ক,ছ)- দিনটো পৰিশ্ৰম হ’ব যদিও মন আনন্দিত হৈ থাকিব। খৰচ বৃদ্ধি হʼব পাৰে ৷ কঠোৰ পৰিশ্ৰমে সফলতা প্ৰদান কৰিব৷ কিছু আইনি পৰামৰ্শৰ বাবে কোনো আইনজীৱীৰ ওচৰলৈ যোৱাৰ পক্ষে ভাল দিন।
কর্কট (ড,হ)- আজি আপুনি নিজৰ কর্মত মুক্ত অনুভৱ কৰিব৷ সামান্য আঘাত পোৱাৰ সম্ভাৱনা আছে। প্ৰভাৱশালী মানুহৰ লগত সময় কটাবলৈ আপোনাৰ বহুত সুযোগ থাকিব।
সিংহ (ম,ট)- আৱেগিক চিন্তাবোৰ কমকৈ কৰক৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিয়ক৷ বিবাহ উপযোগী যুৱক-যুৱতীৰ বাবে সু-সংবাদ পাব পাৰে।
কন্যা (প,থ,ঠ)- প্ৰেম আৰু পাৰিবাৰিক ক্ষেত্ৰত যথেষ্ট অশান্তি হ’ব পাৰে। শিক্ষার্থী, শিল্পী, সাহিত্যিক সকলৰ বাবে আজিৰ দিনটো শুভ। আর্থিক, বাণিজ্য আৰু কৰ্মত সামান্য উন্নতি হ’ব।
তুলা (ৰ,ত)-আজিৰ দিনটো শৰীৰৰ বাবে শুভ কাৰক, ৰোগৰ উপশম হােৱাৰ যােগ। শিক্ষার্থীৰ উচ্চ শিক্ষাত কিছু অশান্তি হ’ব। ৰাজনীতিক, আৰু সমাজকৰ্মীৰ কৰ্মত উৎসাহ বৃদ্ধি হ’ব।
বৃশ্চিক (ন,য)- আজিৰ দিনটো শাৰীৰিকভাৱে শুভ। কোনােকথাত মনৰ অশান্তি বৃদ্ধি হ’ব পাৰে। কর্ম, বাণিজ্য আৰু আর্থিকত আংশিক লাভৰ যােগ। প্রেম-প্রীতি, ঘৰুৱা দিশত শুভ।
ধনু (ধ,ভ)-সামান্য আঘাত পোৱাৰ সম্ভাৱনা আছে। দিনটোৰ আৰম্ভণিতে যিমান পাৰে কামবোৰ আগুৱাই ৰাখিবলৈ চেষ্টা কৰক। কোনােকথাত মনৰ অশান্তি বৃদ্ধি হ’ব পাৰে। কর্ম, বাণিজ্য আৰু আর্থিকত আংশিক লাভৰ যােগ।
মকৰ (খ,জ)- শাৰীৰিক অসুস্থতা অনুভৱ কৰিব পাৰে। সংগীৰ সৈতে কোনো কথাত মনোমালিন্য হ’ব পাৰে।
কুম্ভ (গ,শ,স)- আজি দিনটোত পাৰিবাৰিক দিশত শুভ৷ স্বাস্থ্য পূৰ্বতকৈ উন্নত হ’ব ৷ সিদ্ধান্ত লওঁতে সাৱধানে লʼব৷ সমস্যা দূৰ হ’ব৷
মীন (দ,চ)- অলপ শাৰীৰিক অসুস্থতা অনুভৱ কৰিব পাৰে। সংগীৰ সৈতে যোগাযোগ কৰাটো অলপ কষ্ট হ’ব পাৰে। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব।