মেঘ: (অ,আ, ল)- আজিৰ দিনটোত কৰ্মত ক্ষেত্ৰত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ আপোনাৰ মনত সামান্য স্বাৰ্থপৰতাৰ  ভাৱ বাঢ়িব পাৰে লগতে আজি পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব।সাহিত্যিক, শিল্পীৰ মনৰ আনন্দলাভৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতি কাৰক। কৰ্ম, আৰ্থিক আৰু ব্যৱসায়ত সামান্য উন্নতি হ’ব।

বৃষ (উ,ই,ব) – আজিৰ দিনটোত সৎ বন্ধু লগ পাব৷ কৰ্মত আনৰ সহায় সহযোগিতা লাভ হ’ব৷ আপোনাৰ মনত আনন্দ বৃদ্ধি  হোৱাৰ যোগ দেখা যায় । 

মিথুন (ক,ছ)-কঠোৰ পৰিশ্ৰমৰ ভাল ফলাফল হʼব  । প্ৰেম-পাৰিবাৰিক দিশত দিনটো অশান্তি থাকিব। শিক্ষাৰ্থী, শিল্পীৰ আশান্তি আৰু উন্নতিৰ ক্ষেত্ৰৰ দুশ্চিন্তা বাঢ়িব। ৰাজনীতিক আৰু সমাজকৰ্মীয়ে নতুন উৎসাহেৰে কৰ্মত লাগিব। আৰ্থিক, বাণিজ্য আৰু কৰ্মত কষ্টৰ মাজতে কিছু লাভৱান হ’ব।

কর্কট (ড,হ)-কৰ্কট ৰাশিৰ বাবে দিনটো শৰীৰত সামান্য আঘাত বা অশান্তি হ’ব পাৰে। মনৰ চিন্তা আৰু অস্থিৰতা থাকিব। প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ মানসিক অসুস্থতাৰ যোগ। সাহিত্যিক, শিল্পী, ক্ৰীড়াবিদ নতুন কৰ্মৰ প্ৰতি আকৃষ্ট হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উৎসাহ বাঢ়িব যদিও মনৰ দুশ্চিন্তা থাকিব। কৰ্ম, বাণিজ্য আৰু আৰ্থিক ক্ষেত্ৰত কিছু শুভ কাৰক। 

সিংহ (ম,ট)-আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ হ’ব। সন্ধিয়াৰ পৰা দেহ-মনৰ সুখ-শান্তিৰ কাৰক। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত দিনটো শুভাশুভ মিশ্ৰিত ফল পাব। শিক্ষাৰ্থীৰ মানসিক অস্থিৰতা বাঢ়িব। সাহিত্যিক , শিল্পী, খেলুৱৈয়ে উন্নতিমূলক কৰ্মত ব্যস্ত হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ হতাশাৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত সামান্য উন্নতি হ’ব।

কন্যা (প,থ,ঠ)-আপোনাৰ শাৰীৰিক সুস্থতা বৰ্তাই ৰাখিবৰ বাবে আজিৰ দিনটো আপুনি খেলা ধূলা কৰি কটাই দিব পাৰে। যদিও আজি আৰ্থিক অৱস্থা বহুত ভাল থাকিব কিন্ত আপুনি যধে মধে খৰচ কৰাৰ পৰা বিৰত থাকিব লাগিব। আত্মীয় আপোনাৰ উদাৰচিতীয়া স্বভাৱৰ বেয়া লাভ উঠাবৰ চেষ্টা কৰিব , সাৱধানে থাকক নহ’লে পিছত গৈ আপুনি ঠগ খোৱাৰ দৰে অনুভৱ কৰিব। 

 তুলা (ৰ,ত)- আজিৰ দিনটোত বন্ধু লাভ ৷ ব্যৱসায় দিশত শুভ যদিও আজি খৰছৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ’ব। মানসিক ক্ষেত্ৰত শুভ কাৰক। প্ৰেম-প্ৰীতি আৰু সাংসৰিক দিশত সুখ-শান্তি থাকিব। সাহিত্য, সংস্কৃতি, ক্ৰীড়াত জড়িত লোকৰ মান-সন্মান লাভৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু সফলতা লাভ কৰিব। 

বৃশ্চিক (ন,য)-আজিৰ দিনটোত দাম্পত্য জীৱনত শুভ হ’ব৷ কৰ্মত শুভ, প্ৰেমত শুভ হ’ব৷ আপোনাৰ মনত সামান্য খং আৰু অভিমানভাৱ  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।বাকী থকা ধন আপুনি ঘুৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হ’ব । ঘৰুৱা বিষয় আৰু আকৌ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুত ভাল দিন বুলি পৰিগণিত হ’ব। 

ধনু (ধ,ভ)- আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ হ’ব। শিক্ষাৰ্থীৰ মানসিক অস্থিৰতা বাঢ়িব। সাহিত্যিক , শিল্পী, খেলুৱৈয়ে উন্নতিমূলক কৰ্মত ব্যস্ত হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ হতাশাৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত সামান্য উন্নতি হ’ব।

মকৰ (খ,জ)-আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে অৱশ্যে ইয়াৰ লগতে আপুনি দান পূন্য ও কৰিব লাগিব কাৰণ ইয়াৰ জৰিয়তে আপোনাৰ মানসিক শান্তি প্ৰাপ্ত হ’ব। এনেকুৱা বন্ধুৰ কাষত যাওক ,যাক আপোনাৰ প্ৰয়োজন আছে। কামৰ চাপত মানসিক অৱস্থা আপোনাৰ বেয়া হ’ব পাৰে আৰু সমস্যাৰ সন্মুখীন হ’ব পাৰে,দিনৰ শেষত অধিক চিন্তিত নহ’ব আৰু বিশ্ৰাম কৰক।

কুম্ভ (গ,শ,স)-  আৰ্থিক অৱস্থাৰ উন্নতি হোৱাৰ যোগ আছে। আত্মীয় আৰু বন্ধুৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। মতামতৰ পাৰ্থক্য থকা বাবে ব্যক্তিগত সম্বন্ধত বেয়া প্ৰভাৱ পৰিব পাৰে।  যদি আপুনি দীঘলীয়া সময়ৰ পৰা আপোনাৰ জীৱনত কিবা আকৰ্ষণীয় ঘটনা এটা হোৱাৰ বাবে অপেক্ষা কৰি আছে ,তেন্তে নিশ্চয় আপুনি তাৰ সংকেত আগতীয়াকৈ দেখা পাব পাৰে।

 মীন (দ,চ)-সামাজিক কৰ্মত প্ৰতিষ্ঠা লাভ কৰিব৷ কৰ্মত আৰু ব্যৱসায়ত উন্নতি হ’ব৷ সজাগ নহলে ভ্ৰমণত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায় ।  সন্ধিয়াৰ সময়চোৱাত আপোনাৰ অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ আপুনি দিয়া ধন আপুনি ঘূৰাই পাব পাৰে। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply