মেষ : (অ,আ, ল)-আজিৰ দিনটো শুভফলদায়ক হিচাপে পৰিগণিত হ’ব পাৰে। কাম কাজত অগ্ৰগতি লাভৰ আশা। আৰ্থিক সমস্যা বাঢ়িব পাৰে। মানসিক চিন্তা বৃদ্ধি।
বৃষ (উ,ই,ব)-আৰ্থিক দিশত উন্নতি। কিছুমান বিষয় লৈ দুশ্চিন্তা বৃদ্ধি পাব। আনৰ প্ৰতি সহানুভূতি মনোভাৱ ৰাখক। বন্ধুৰ সহযোগিতা লাভ।
মিথুন (ক,ছ)- কৰ্ম তৎপৰতা বৃদ্ধি পাব। শৰীৰ সম্পৰ্কীয় দিশত নজৰ ৰাখক। স্পষ্টবাদী আৰু আনৰ প্ৰতি সহানুভূতিশীল হ’ব। দুই এটা নভবা বিষয়ৰ মুখামুখি হ’ব।
কর্কট (ড,হ)- ব্যৱসায়ৰ ক্ষেত্ৰত শুভ। পুৰণি কোনো ৰোগৰ পৰা মুক্তি পাব। যুৱক-যুৱতী সকলে কোনো প্ৰশিক্ষণৰ সুযোগ পাব। কৰ্ম তৎপৰতা বৃদ্ধি পাব।
সিংহ (ম,ট)-যান-বাহনৰ প্ৰতি সতৰ্ক থাকিব। কোনো পুৰণি ৰোগৰ পৰা মুক্তি পাব। মানসিক আনন্দ পাব। ভৱিষ্যতৰ কোনো পৰিকল্পনাৰ বাবে আনৰ পৰামৰ্শ ল’ব পাৰে।
কন্যা (প,থ,ঠ)-যুৱক-যুৱতীসকলে কোনো প্ৰশিক্ষণৰ সুযোগ পাব। মানসিক আনন্দ পাব। কোনো আত্মীয়ৰ বাবে অৰ্থ ব্যয়ৰ সম্ভাৱনা।
তুলা (ৰ,ত)-চৰকাৰী কৰ্মচাৰীসকলৰ কৰ্মৰ দায়িত্ব বাঢ়িব। কিছুমান অসুবিধা, নিসংগতা, দুশ্চিন্তা অনুভৱ কৰিব পাৰে। অজ্ঞাত কাৰণত কোনো অন্তৰংগৰ সৈতে মতভেদ হ’ব পাৰে।
বৃশ্চিক (ন,য)-আৰ্থিক ব্যয়ৰ লগতে সাধাৰণতে ধনৰ সংযোগো আছে। আনৰ বাবে ত্যাগ কৰি সুখ অনুভৱ কৰিব। হতাশা দূৰ হ’ব।
ধনু (ধ,ভ)-সহনশীল হ’ব নহ’লে কষ্ট পাব। ৰাজনীতিকৰ শান্তি ভংগ। কৰ্মত সুস্থিৰ চিন্তা বিৰাজ কৰিব।
মকৰ (খ,জ)-শৰীৰ বেয়া নহ’লেও বৰ ভালো নহয়। কৰ্মচিন্তাই মানসিক শক্তি যোগাব। বিদ্যাত সুখ্যাতি। দুষ্টলোকে তোষামোদ কৰিব পাৰে।
কুম্ভ (গ,শ,স)-আনৰ সহায় লাভ কৰিব।কৰ্ম পৰিৱৰ্তনৰ যোগ। উদ্যমশীল,সংযমী হ’লে উন্নতি লাভ কৰিব। বন্ধু-বান্ধৱৰ সংখ্যা বৃদ্ধি পাব।
মীন (দ,চ)-মনৰ ওপৰত চাপ বৃদ্ধি পাব। বাদ-বিসম্বাদ এৰাই চলক। মনোবল বৃদ্ধি পাব। কৰ্মত সাফল্য।