• প্ৰথমে এইটো লিংকত ক্লিক কৰক https://uidai.gov.in/
  •  scroll কৰিব Get Adhaar – Order Aadhaar PVCcard
  • নতুন পেজটোত পুনৰ Order Adhaar PVCcard ত ক্লিক কৰিব।
  • আধাৰ নম্বৰটো টাইপ কৰিব তাৰপিছত Captcha enter কৰিব
  • আধাৰৰ বাবে পঞ্জীয়ন কৰা ম’বাইল নম্বৰত অহা OTP টো ভৰাই দিব।
  • scroll down- Make payment option ত ক্লিক কৰিব। UPI, Internet Banking আৰু Debit Card আদিৰ জৰিয়তে পৰিশোধ কৰিব পাৰে।
  • PVC আধাৰ কাৰ্ডৰ বাবে ৫০টকা পৰিশোধ কৰিব লাগিব।
  • Captcha enter কৰি acknowledgement slip টো download কৰিব।

acknowledgement slip ত থকা SRN নম্বৰৰ সহায়ত PVC Aadhaar Card Status Track কৰিব পাৰে।

যেতিয়া Pvc Aadhaar Card ৰ কাম সম্পূৰ্ণ হ’ব UIDAI য়ে ঘৰৰ ঠিকনাত ডাক সেৱাৰ যোগেদি কাৰ্ডখন প্ৰেৰণ কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply