গুৱাহাটীঃ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিলে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ সময়সূচী।
৪মেৰ পৰা আৰম্ভ হৈ ২৯ মে’ত অন্ত পৰিব উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা।