প্ৰতিনিধিত্বমূলক ফটো

নিউজ ডেস্কঃ ১৫মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা।

এপ্ৰিলৰ প্ৰথম সপ্তাহৰ ভিতৰত পৰীক্ষা শেষ কৰাৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে।

বৃহস্পতিবাৰে SSAত শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধাত্ন লয় শিক্ষা বিভাগে।

লগতে পঢ়কঃবিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা

আনহাতে ৩ জানুৱাৰীৰ পৰা প্ৰতিখন জিলাত আৰম্ভ হ’ব কোৰোণাৰ ভেকচিনেচন প্ৰক্ৰিয়া।

প্ৰতিখন জিলাত প্ৰতিদিনে ১৫ খনকৈ বিদ্যালয়ক সামৰি লোৱাৰ লক্ষ্য থিৰাং কৰা হৈছে।এই সময়ছোৱাতে অভিভাৱকেও লব লাগিব দ্বিতীয় পালি ভেকচিন। বৈঠকৰ অন্তত এই মন্তব্য আগবঢ়ায় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply