গুৱাহাটীঃ উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ পৰীক্ষা বাতিল ।
পৰীক্ষা নিদিয়াকৈয়ে এই বৰ্ষৰ সকলো শিক্ষাৰ্থীকে দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ কৰা হ’ব বুলি শিক্ষা সংসদে জনাইছে।

ক’ভিড পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি এই সিদ্ধান্ত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ।
আৰু পঢ়কঃৰাজ্যৰ ভিতৰতে সর্বাধিক কৰোনাত আক্রান্ত হৈছে গুৱাহাটী মহানগৰীত
৪ মে’ৰ পৰা উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল।
ক’ৰোনাৰ দ্বিতীয় ঢৌৱে ৰাজ্যত বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি কৰিছে। প্ৰতিদিনে বৃদ্ধি পাব ধৰিছে আক্ৰান্তৰ সংখ্যা।
দেওবাৰৰ পৰ্যন্ত অসমত ১,৬৭৬ গৰাকী লোকে ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাবটি লৈছে।