গুৱাহাটীঃ ঘোষণা হ’ল ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। কলা শাখাত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰিছে কামৰূপ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সাধনা দেৱী আৰু ৱ’মেন কলেজ, তিনিচুকীয়াৰ চেৰী গোহাঁই। দুয়োগৰাকীয়ে মুঠ নম্বৰ লাভ কৰিছে ৪৮৭
দ্বিতীয় স্থানত আছে বিদিশা মিশ্ৰ, শংকৰদেৱ একাডেমী চিনিয়ৰ চেকেণ্ডাৰী স্কুল (৪৮৬), তৃতীয় স্থান লাভ কৰিছে সুদ্বীপ্ত দেৱনাথ, শংকৰদেৱ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, হোজাই আৰু ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁও নিলয় কুৰ্মী, দুয়োগৰাকীয়ে মুঠ নম্বৰ লাভ কৰিছে – ৪৮৩
চতুৰ্থ স্থানত প্ৰিয়ংকা বৈশ্য, আচাম ভেলী একাডেমী, নলবাৰী (৪৮১), পঞ্চম স্থান লাভ কৰিছে মধুস্মিতা বেজবৰুৱা, আনন্দৰাম বৰুৱা একাডেমী, বজালী, প্ৰত্যুষ প্ৰতীম বৰা, কনচেপ্ট চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁও। দুয়োগৰাকীয়ে মুঠ নম্বৰ লাভ কৰিছে – ৪৮০
ষষ্ঠ স্থান দখল কৰিছে দৈৱিক দেব, ৰামানুজ গুপ্তা চিনিয়ৰ চেকেণ্ডাৰী স্কুল, কাচাৰ আৰু মহঃ চহিদ আহমেদ খণ্ডকাৰ, আব্দুল হাচিব উঃ মাঃ বিদ্যালয়, হোজাই,ৰজি ৰৌচন, কামৰূপ ছোৱালী উঃ মাঃ বিদ্যালয়, উপাসনা শইকীয়া, ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁও। চাৰিওগৰাকীয়ে মুঠ নম্বৰ লাভ কৰিছে – ৪৭৮

সপ্তম স্থান দখল কৰিছে বিশাল বিকাশ বৈশ্য, আনন্দৰাম বৰুৱা একাডেমী চিনিয়ৰ চেকেণ্ডাৰী স্কুল, বজালী (৪৭৭)
অষ্টম স্থান দখল কৰিছে ৰিয়া শইকীয়া, কৃষ্ণকান্ত সন্দিকৈ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, বজালী, দিক্ষিতা চহৰীয়া, পথৰিঘাট উঃমাঃ বিদ্যালয়, দৰং, অভিনন্দন হাজৰিকা, কটন বিশ্ববিদ্যালয়, গুৱাহাটী, নিখিল দাস, কামৰূপা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, কামৰূপ। তিনিও মুঠ নম্বৰ লাভ কৰিছে ৪৭৫
নৱম স্থান দখল কৰিছে ৰাস্না গগৈ, ফৰকাটিং চিনিয়ৰ চেকেণ্ডাৰী স্কুল,গোলাঘাট (৪৭৪)
দশম স্থান দখল কৰিছে অনন্যা সূত্ৰধাৰ, বঙাইগাঁও উঃমাঃ বিদ্যালয়, মেঘনা বৰা, ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁও, দেৱীস্তুতি হাজৰিকা, চালাগুৰি উঃ মাঃ বিদ্যালয়, শিৱসাগৰ তিনিও মুঠ নম্বৰ লাভ কৰিছে ৪৭৩।