ডিফু : পাহাৰীয়া জিলা কাৰ্বি আংলংৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত সঞ্চলকালয়ৰ মান্দলিক কাৰ্যালয় দেওবাৰে মুকলি কৰা হয়৷ কাৰ্যালয়ৰ ভৱনটিৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷

অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে অসম বিধানসভাৰ উপাধ্যক্ষ ডঃ নোমল মোমিন, কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, জলসিঞ্চন মন্ত্ৰী অশোক সিংহাল, ডিফুৰ সাংসদ হৰেন সিং বে আৰু কাকৰৰ উদ্যোগ বিভাগৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিয়ে৷

লগতে পঢ়ক : সোণাৰিত নতুন তেল ডিপো মুকলি কৰিলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে

উল্লেখ্য যে দেওবাৰে ডিফুত ৰাজ্যখনৰ ৩৩ খন জিলা উপায়ুক্তৰে এক সন্মিলনত অংশ লয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply