হোজাই : হোজাইত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হৈছে এজন আঘাতপ্ৰাপ্ত যুৱক। হোজাইৰ যোগীজান ৰে’ল লাইনত পৰিত্যক্ত অৱস্থাত আঘাতপ্ৰাপ্ত যুৱকজনক উদ্ধাৰ কৰা হয়।

স্থানীয় ৰাইজে ৰে’ল লাইনৰ ওপৰত পৰি থকা অৱস্থাত যুৱক জনক উদ্ধাৰ কৰে। ৰাইজে যুৱকজনক চিনাক্ত কৰিছে। যুৱকজন যমুনামুখৰ আকাশ দাস।

লগতে পঢ়ক : বক্সাৰ লাভলীনা বৰগোহাঁইলৈ বিলাসী গাড়ী উপহাৰ

উজনিমুৱা আলিপুৰদুৱাৰ চলন্ত ৰে’লৰ পৰা যুৱকজন সৰি পৰিছিল। সংকটজনক অৱস্থাত যুৱকজনক হোজাইৰ এফ আৰ ইউ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে যুৱকজনক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply