নিউজ ডেস্কঃ জাগীৰোডৰ ধৰমতুলত শোকাৱহ পথ দুৰ্ঘটনা।
তীব্ৰবেগী বাছে মহতিয়াই নিয়ে ৩বছৰীয়া শিশুসহ এগৰাকী মহিলাক।
দুৰ্ঘটনাস্থলীতে থিতাতে নিহত মহিলাগৰাকীৰ লগতে শিশুটি।
লগতে পঢ়কঃগোৰেশ্বৰ মহাবিদ্যালয়ত সাংবাদিক, পৰ্বতাৰোহী জুলিমা ডেকাক সম্বৰ্ধনা
নিহত মহিলাগৰাকীৰ নাম জানমনি দাস আৰু শিশুটিৰ নাম মন্টুমণি দাস।
দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ নম্বৰ AS-01NC-2408।
দুৰ্ঘটনাৰ পিছতেই ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।