জাগীৰোড : জাগীৰোডত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ প্ৰতিবাদী সমদল।ৰাহুল গান্ধীৰ প্ৰতিবাদৰ লগত সংগতি ৰাখি জাগীৰোডত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ প্ৰতিবাদ। বৃহৎ পদযাত্ৰাৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদী পদযাত্ৰা।

আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ উত্তৰ প্ৰদেশৰ আমেঠিত এক বৃহৎ প্ৰতিবাদী পদযাত্রা। মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ এই প্ৰতিবাদ। উত্তৰ প্ৰদেশৰ আগন্তক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাহুল গান্ধীৰ এই প্ৰতিবাদী পদ যাত্ৰাৰে বিজেপিক আক্ৰমণ।

লগতে পঢ়ক  :  হাটশিঙিমাৰী এপিএত গাড়ী চালকৰ দক্ষতা প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্ধোধন

আমেঠিত ৰাহুল গান্ধীৰ প্ৰতিবাদী পদযাত্রাৰ লগত সংগতি ৰাখি অসমত কংগ্ৰেছ দলে উলিয়াইছে প্ৰতিবাদী পদযাত্রা। নগাঁও লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদৈয়ে জাগীৰোড এক পদযাত্ৰা উলিয়াই মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply