জাগুনঃ জাগুনৰ লাকলাত এনএছচিএন(আৰ) কেডাৰ আটক।
অসম- অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত সেনাই অভিযান চলাই আটক কৰে কেডাৰজনক।
আটকাধীন কেডাৰজনৰ নাম লক্ষীনাথ কুমবাং।
কেডাৰজনৰ পৰা সেনাই এটা পিষ্টলসহ তিনিজাঁই গুলী জব্দ কৰে।
আৰু পঢ়কঃধেমাজিৰ ক’ভিড পৰিস্থিতিৰ বুজ ল’লে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে
সেনাই অস্ত্ৰ-শস্ত্ৰ সহ কেডাৰজনক লেখাপানী আৰক্ষীক গটাই দিয়ে।
ধৃত লক্ষীনাথ কুমবাং জাগুনৰ কাংকান গাৱঁৰ নিবাসী।
উল্লেখ্যে যে, মাৰ্ঘেৰিটা মহকুমাত বিগত কিছুদিনৰ পৰা সেনা আৰক্ষীৰ উগ্ৰপন্থীবিৰোধী অভিযান তীব্ৰতৰ ৰূপত অব্যাহত আছে ।