জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই আজি এক সফলতা লাভ কৰিবলৈ সক্ষম হয়।
যোৱা ৬ জানুৱাৰীত পাণ্ডু কলনী ৰেল আৱাস পৰা ৩জনীয়া এটা চোৰৰ দলে সংঘটিত কৰিছিল।


ঘৰৰ তলা ভাঙি সোমাই মূল্যবান সোণৰ আ অলংকাৰ নগত ধনসহ চুৰি কৰিছিল।
চুৰ কৰি নিয়া সামগ্ৰীৰ মুল্য প্ৰায় ১০ লক্ষাধিক হব বুলি প্ৰকাশ পাইছিল।


চোৰে তোলাং কৰা জয়ন্ত পালে জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল।
জালুকবাৰী আৰক্ষীয়ে অনুসন্ধান চলাই ৩ জন চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।


চোৰৰ কেইটাৰ নাম অমৃত বাচফৰ ,ছাইদুল আলী আৰু উৎপল নাথ । গ্ৰেপ্তাৰ কৰা তিনিওটাক ইতিমধ্যে জেল হাজোতলৈ পঠোৱা হৈছে।

তিনিওটা চোৰৰ পৰা চুৰি কৰি নিয়া বহু সামগ্ৰী উদ্ধাৰ কৰিছে জালুকবাৰী আৰক্ষী থানাৰ তদন্তকাৰী দলটোৱে ।

লগতে পঢ়ক- উৰুকাৰ নিশা ১২ বজালৈ সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি কৰাৰ আহ্বান গুৱাহাটী বিহু সমিতিৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply