জামুগুৰিহাটঃ জামুগুৰিহাটৰ টৌভঙাত ১৫নং ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷

চাৰিচকীয়া বাহন আৰু মটৰ চাইকেলৰ মাজত সংঘৰ্ষ ৷

দুৰ্ঘটনাত থিতাতে নিহত মটৰচাইকেলখনৰ চালক আব্দুল হালম। তেওঁৰ ঘৰ চতিয়াৰ কৰৈয়নীত ৷

লগতে পঢ়কঃ গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী চলাচল পুনৰ আৰম্ভ

দুৰ্ঘটনা সংঘটিত হোৱা জাইল’ খনৰ নম্বৰ -এ এছ ২২এ ৯৬৬৯ আৰু মটৰ চাইকেলখনৰ নম্বৰ-এ এছ ১২ ৱাই ৯৬২১।

নাহৰলগুনৰ পৰা তীব্ৰ বেগেৰে অহা জাইল’ গাড়ীখনে মটৰ চাইকেল খনত খুন্দিয়াই পথৰ দাঁতিত ৰৈ থকা আন এখন গাড়ীতো খুন্দা মাৰে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply