জামুগুৰিহাটঃ জামুগুৰিহাটত জীয়া ভৰলী নদীত নিখোজ হোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ।
সমনীয়াৰ লগত গা- ধুবলৈ গৈ জীয়া ভৰলী নদীত নিখোজ হোৱা জামুগুৰিহাটৰ বামুণীপামত প্ৰাঞ্জল মিলি (১৮)নামৰ যুৱক জন।
লগতে পঢ়কঃগোলাঘাট আৰু ডিফুত বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য দহন
আজি এছ ডি আৰ এফৰ বাহিনীয়ে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। নিখোজ হোৱা স্থানৰ পৰা প্ৰায় দুই কিলোমিটাৰ নিলগৰ চামধৰা ঘাটত নদীৰ বুকুৰ পৰা উদ্ধাৰ হয় যুৱক জনৰ মৃতদেহ।
উল্লেখ্য যে যোৱা বৃহস্পতি বাৰে জীয়া ভৰলী নদীৰ বুকুত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল যুৱকজন।