জামুগুৰিহাটঃ জামুগুৰিহাটত মহিলাৰ মৃতদেহ উদ্ধাৰ। ধলাইবিল ৰেল ষ্টেচনৰ কাষৰ পথাৰত উদ্ধাৰ মৃতদেহটো ৷

মৃতদেহটোৰ কাষত উদ্ধাৰ হৈছে মদৰ বটল ৷

মহিলা গৰাকীক ধৰ্ষণ কৰি হত্যাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃসোণাৰিত জলজীৱন মিচনৰ অধীনত পানী যোগান আঁচনিৰ আধাৰ শিলা স্থাপন

অচিনাক্ত মহিলা গৰাকীৰ বয়স প্ৰায় ত্ৰিশ বছৰ ৷

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,473 other subscribers

Leave a comment

Leave a Reply Cancel reply