জামুগুৰিহাটঃ জামুগুৰিহাটত মহিলাৰ মৃতদেহ উদ্ধাৰ। ধলাইবিল ৰেল ষ্টেচনৰ কাষৰ পথাৰত উদ্ধাৰ মৃতদেহটো ৷
মৃতদেহটোৰ কাষত উদ্ধাৰ হৈছে মদৰ বটল ৷
মহিলা গৰাকীক ধৰ্ষণ কৰি হত্যাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷
লগতে পঢ়কঃসোণাৰিত জলজীৱন মিচনৰ অধীনত পানী যোগান আঁচনিৰ আধাৰ শিলা স্থাপন
অচিনাক্ত মহিলা গৰাকীৰ বয়স প্ৰায় ত্ৰিশ বছৰ ৷
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷