জামুগুৰিহাটঃ জামুগুৰিহাটত বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ ৷

শোণিতপুৰৰ বিশ্বনাথ সীমান্তৰ মঙ্গলবৰীয়াত আৰক্ষীয়ে হেৰ’ইনসহ আটক কৰে দুজন যুৱকক।

আটকাধীন যুৱক দুজন হৰিব্ৰত দেউৰি আৰু মনিৰাম দাস ৷

আৰু পঢ়কঃশক্তিখণ্ডৰ উন্নয়নৰ বাবে ৰাজহ সংগ্ৰহত অধিক গুৰুত্ব দিয়া হৈছে: মন্ত্ৰী বিমল বৰা

যুৱক দুজনে AR-01-F-1349 নম্বৰৰ এখন গাড়ীত কঢ়িয়াই আনিছিল হেৰ’ইনখিনি৷

জব্দ কৰা হেৰ’ইনখিনিৰ মূল্য প্ৰায় ৫ লাখ টকা।

আৰক্ষীয়ে বৰ্তমান জেৰা অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,146 other subscribers

Leave a comment

Leave a Reply