জামুগুৰিহাটঃ জামুগুৰিহাটত বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ ৷
শোণিতপুৰৰ বিশ্বনাথ সীমান্তৰ মঙ্গলবৰীয়াত আৰক্ষীয়ে হেৰ’ইনসহ আটক কৰে দুজন যুৱকক।
আটকাধীন যুৱক দুজন হৰিব্ৰত দেউৰি আৰু মনিৰাম দাস ৷
আৰু পঢ়কঃশক্তিখণ্ডৰ উন্নয়নৰ বাবে ৰাজহ সংগ্ৰহত অধিক গুৰুত্ব দিয়া হৈছে: মন্ত্ৰী বিমল বৰা
যুৱক দুজনে AR-01-F-1349 নম্বৰৰ এখন গাড়ীত কঢ়িয়াই আনিছিল হেৰ’ইনখিনি৷
জব্দ কৰা হেৰ’ইনখিনিৰ মূল্য প্ৰায় ৫ লাখ টকা।
আৰক্ষীয়ে বৰ্তমান জেৰা অব্যাহত ৰাখিছে।