জামুগুৰিহাটঃ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ়লৈ উঠা জীয়া ভৰলী কন্যকা বহুমুখী কৃষি পামত পৰ্যটকৰ সুবিধা হোৱাকৈ ১০টাকৈ আলহী ঘৰ মুকলি কৰি দিয়া হয় ৷

সম্পূৰ্ণ বাহঁ-বেতৰে বিজ্ঞানসন্মত ভাৱে তৈয়াৰ কৰা আলহী ঘৰ সমূহ পৰ্যটকৰ বাবে মুকলি কৰে বিশ্বনাথ জিলাৰ উপায়ুক্ত দেব কুমাৰ মিশ্ৰই ৷

এই আলহী ঘৰত এতিয়াৰে পৰা কন্যকা পৰিদৰ্শন কৰিবলৈ অহা দেশী-বিদেশী সকলো পৰ্যটকে প্ৰাকৃতিক পৰিবেশত অসমীয়া থলুৱা খাদ্য সম্ভাৰৰ জুতি ল’ব পাৰিব বুলি মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply