জামুগুৰিহাটঃ শোণিতপুৰৰ বালিপৰাত যুৱক সন্ধানহীন। সন্ধানহীন যুৱকজন শোণিতপুৰৰ বালিপৰাৰ এৰাগাঁৱৰ কাজু শইকীয়া বুলি জানিব পৰা গৈছে।
২৫জানুৱাৰীত দুজন বন্ধুৰ সৈতে যুৱকজন বালিপৰাৰ পৰা ভালুকপুঙৰ টিপিলৈ গৈছিল ৷ উক্ত দিনাৰ পৰাই সন্ধানহীন হৈ আছে যুৱকজন ৷
লগতে পঢ়কঃকৰিমগঞ্জত ২,৩৬০ কেজি গাঞ্জা জব্দ; ২জনক গ্ৰেপ্তাৰ
সন্ধানহীন যুৱকজনৰ কিবা সম্ভেদ পালে 9101757628,9435221146 নম্বৰ দুটাত যোগাযোগ কৰিবৰ বাবে পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ৷