জামুগুৰিহাটঃ জামুগুৰিহাটত জীয়া ভৰলী নৈত যুৱক নিখোজ ৷
সমনীয়াৰ সৈতে গা -ধুই থকা অৱস্থাত সন্ধানহীন হয় যুৱকজন।
আৰু পঢ়কঃজামুগুৰিহাটৰ মঙ্গলবৰীয়াত মহিলাক হত্যাৰ চেষ্টা
সন্ধানহীন যুৱকজন বামুনিপামৰ প্ৰাঞ্জল মিলি(১৮) ।
স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত জামুগুৰি আৰক্ষীৰ উপস্থিতিত SDRF বাহিনীয়ে তীব্ৰ অভিযান চলায় যদিও বৰ্তমানলৈকে যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷