জামুগুৰিহাটঃ জামুগুৰিহাটত জীয়া ভৰলী নৈত যুৱক নিখোজ ৷

সমনীয়াৰ সৈতে গা -ধুই থকা অৱস্থাত সন্ধানহীন হয় যুৱকজন।

আৰু পঢ়কঃজামুগুৰিহাটৰ মঙ্গলবৰীয়াত মহিলাক হত্যাৰ চেষ্টা

সন্ধানহীন যুৱকজন বামুনিপামৰ প্ৰাঞ্জল মিলি(১৮) ।

স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত জামুগুৰি আৰক্ষীৰ উপস্থিতিত SDRF বাহিনীয়ে তীব্ৰ অভিযান চলায় যদিও বৰ্তমানলৈকে যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,155 other subscribers

Leave a comment

Leave a Reply