জামুগুৰিহাটঃ জামুগুৰিহাটৰ ১ নং বাটমাৰীত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ ।

অঞ্চলটোৰ এজোপা বাঁহ গছত স্থানীয় ৰাইজে অজগৰ সাপডাল প্ৰত্যক্ষ কৰি অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমী দিলোৱাৰ হুছেইনক খবৰ দিয়ে। দিলোৱাৰ হুছেইনে অতি নিখুটভাবে অজগৰ সাপ ডাল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়কঃচাৰিদুৱাৰ এৰালিলগাত বন্যহস্তীৰ তাণ্ডৱ

উক্ত প্ৰকাণ্ড অজগৰ সাপডাল নামেৰী ডেভলপমেন্ট চছাইটিৰ উদ্যোগত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বন কমীৰ হাতত নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰিবৰ বাবে চমজায় দিয়ে নামেৰী ডেভলপমেন্ট চছাইটিৰ সদস্য অচিনী সিঙে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply