জামুগুৰিহাটঃ জামুগুৰিহাটৰ ধলাইবিল খেলপথাৰ প্ৰাঙ্গনত অনুষ্ঠিত ৰঙালী বিহু মেলাৰ মূল সাংস্কৃতিক সন্ধ্যাৰ মূখ্য আকৰ্ষণ অসমৰ জনপ্ৰিয় কন্ঠশিল্পী ৰাকেশ ৰিয়ানৰ গীতৰ অনুষ্ঠানে হাজাৰ হাজাৰ দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়।

জামুগুৰিহাটৰ ধলাইবিলত উপস্থিত হৈ জনপ্ৰিয় কন্ঠশিল্পীগৰাকীয়ে জামুগুৰিহাটবাসী ৰাইজৰ সাংস্কৃতিক মন প্ৰশংসা কৰাৰ লগতে আগন্তুক বৰ্ষত জামুগুৰিহাটত পুনৰ বিহুৰ অনুষ্ঠান পৰিৱেশন কৰাৰ সপোন পুহি ৰখা বুলি মন্তৱ্য কৰে৷ কন্ঠশিল্পী ৰাকেশ ৰিয়ানৰ সংগীতানুষ্ঠানত পুৱতি নিশালৈকে আনন্দ-ফুৰ্টিত হেজাৰ হেজাৰ ৰাইজ ডুবি থকাও দেখা গ’ল।

লগতে পঢ়কঃব্ৰাজিলত বধিৰ অলিম্পিকত অংশ ল’বলৈ ৰাঁওনা হোৱা অভিনন্দন গোস্বামীলৈ জামুগুৰিহাটবাসীৰ অভিনন্দন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply