জামুগুৰিহাটঃ জামুগুৰিহাটৰ অন্তৰ্গত গেলা হাটিঙা প্ৰাথমিক গোটৰ উদ্যোগত আটছাৰ সহযোগত বিস্তৃত কাৰ্য্যসূচীৰে আয়োজন কৰা হৈছে তৃতীয় বাৰ্ষিক কৰম পৰব ৷

এই উদ্দেশ্যৰে মঙ্গলবাৰে চাহজনগোষ্ঠী ৰাইজে অনুষ্ঠিত কৰে জাৱা কাৰ্য্যসূচী ৷ গেলা হাটিঙা আটছাৰ প্ৰাথমিক গোটৰ উদ্যোগত অনুষ্ঠিত এই জাৱা কাৰ্য্যসূচীত অঞ্চলটোৰ শতাধিক চাহজনজাতি যুৱক যুৱতীয়ে অংশ গ্ৰহণ কৰে ৷

লগতে পঢ়কঃভাৰত -ভূটান সীমান্তৰ বৰনদী অভয়াৰণ্যত দুস্প্ৰাপ্য কাছ উদ্ধাৰ

চাহজনজাতি ৰাইজৰ এই কৃষি ভিত্তিক উৎসৱক কেন্দ্ৰ কৰি প্ৰকৃতিক সুৰক্ষা দি ৰখাৰ লগতে সকলো শ্ৰেণী ৰাইজৰ মঙ্গল কামনা কৰিছে চাহজনজাতি ৰাইজে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply