নিউজ ডেস্ক : ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিৰকৰণ (National Highways Authority of India)-ত খালী হোৱা মুখ্য মহাপ্ৰবন্ধক পদৰ বাবে অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে ১৬ আগষ্টৰ ভিতৰত অনলাইন যোগে আৱেদন কৰিব লাগিব।

পদ – মহাপ্ৰবন্ধক (বিত্ত)

পদৰ সংখ্যা – এটা

দৰমহা – মাহিলি ৩৭,৪০০০ টকাৰ পৰা ৬৭,০০০ টকা গ্ৰেড পে’ ১০,০০০ টকা  

শিক্ষাগত অৰ্হতা – প্ৰাৰ্থী গৰাকী যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Commerce / Accounts/Finance/ICAI/ICWAI – ত স্নাতক হ’ব লাগিব।

আগ্ৰহী প্ৰাৰ্থীসকলে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ৱেবছাইটত হৈ ১৬ আগষ্টৰ ভিতৰত আৱেদন কৰিব লাগিব। অনলাইন আৱেদনৰ প্ৰিণ্ট আউট আৰু যাৱতীয় ডকুমেণ্টচৰ ফটো কপি ৩১ আগষ্টৰ ভিতৰত পোৱাকৈ তলৰ ঠিকনাত প্ৰেৰণ কৰিব লাগিব।

Address : DGM (HR &Admn.)–I, National Highways Authority of India, Plot No: G –5&6, Sector –10, Dwarka, New Delhi –110075.

বিভাগীয় বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

অনলাইন আৱেদনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক : অসম গৌৰৱ লাভলীনা বৰগোহাঁইৰ কেৰিয়াৰৰ ৫ টা বিশেষ হাইলাইট

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply